ETV Bharat / bharat

কৃষ্ণগৰিৰ এৰুথু বিদুম ভিজাত ছাদ খহি নিহত 2 জন - তামিলনাডুৰ কৃষ্ণগিৰি

তামিলনাডুৰ কৃষ্ণগিৰিৰ নেৰালাগিৰি গাঁৱত আয়োজিত বুল ৰেচিং প্ৰতিযোগিতাত ছাদ খহি পৰাত ২ জন নিহত হোৱাৰ বিপৰীতে বহু লোক গুৰুতৰ ভাৱে আহত হয় ৷ আৰক্ষীয়ে কৈছে যে অনুষ্ঠানটো সঠিক অনুমতি অবিহনে চলোৱা হৈছিল। আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে।

কৃষ্ণগৰিৰ এৰুথু বিদুম ভিজাত ছাদ খহি 2 জন লোক নিহত আহত 30 জন

author img

By

Published : Jan 10, 2021, 10:16 PM IST

নেশ্যনেল ডেস্ক, 10 জানুৱাৰী : কৃষ্ণগৰিৰ এৰুথু বিদুম ভিজাত ছাদ খহি পৰাত ২ জন নিহত হোৱাৰ বিপৰীতে বহু লোক গুৰুতৰ ভাৱে আহত হয় ৷ তামিলনাডুৰ কৃষ্ণগিৰিৰ নেৰালাগিৰি গাঁৱৰ জল্লিকাটুৰ 'এৰুধু বিদুম ভিজা'ৰ সময়ত ছাদ খহি পৰাৰ আঠ বছৰীয়া শিশুসহ দুজন নিহত হৈছে।

দেওবাৰে অনুমতি অবিহনে আয়োজিত এখন বুল ৰেচিং প্ৰতিযোগিতাত ওচৰৰ গাঁও আৰু প্ৰতিৱেশী কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা ষাঁড়গৰু অনা হৈছিল। সঠিক অনুমতি অবিহনে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো উপভোগ কৰিবলৈ সহস্ৰাধিক লোক সমবেত হৈছিল।

এই অনুস্থানটোত ষাঁড়গৰু ৰাষ্টাত এৰি দিয়া হৈছিল আৰু পুৰুষসকলে ষাঁড়গৰুৰ শিঙত ধৰি ছাদত উঠি পুৰস্কাৰ লাভ কৰাৰ চেষ্টা কৰিছিল ৷ দুৰ্ভাগ্যজনকভাৱে, বুল ৰেচিং অনুষ্ঠানৰ সময়ত এটা নতুনকৈ নিৰ্মিত ঘৰৰ ছাদ খহি পৰিছিল, আৰু এজন জ্যেষ্ঠ নাগৰিক আৰু এগৰাকী আঠ বছৰীয়া কিশোৰী নিহত হোৱাৰ লগতে এই ঘটনাত ৩০ জন লোক আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়, আৰু আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে কৈছে যে অনুষ্ঠানটো সঠিক অনুমতি অবিহনে চলোৱা হৈছিল। আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। ঘটনাৰ পিছত গাঁওবাসীয়ে অনুষ্ঠানটো কৰা বন্ধ কৰে।

লগতে পঢ়ক: ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.