ETV Bharat / bharat

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP TEN NEWS

দুপৰীয়া 1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি
1 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Nov 3, 2020, 1:07 PM IST

বিধায়ক পদ্ম হাজৰিকাৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট

মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে পদ্ম হাজৰিকাই ? মিঞা সংগ্ৰহালয় ক'ত পাতিব সেই বিষয়েও পৰামৰ্শ প্ৰদান কৰিলে চতিয়াৰ বিধায়ক গৰাকীয়ে ৷ আনহাতে গুণ্ডাগিৰিও নেৰে বিধায়ক পদ্ম হাজৰিকাই ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ চাওক প্ৰাসংগিক প্ৰেক্ষাপট

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত 82.67 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ আনহাতে মৃত্য়ু হোৱা লোকৰ সংখ্যা হৈছেগৈ 1,23,097 গৰাকী ৷

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা

চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা ৷ বেনিমাধৱ বৰাৰ মুখা আৰু বেতশিল্পই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়নৰ

এয়াৰ ইণ্ডিয়া আৰু ইয়াৰ সহায়ক সংস্থাৰ অতিৰিক্ত দৰমহা কৰ্তনৰ পৰ্যালোচনা কৰাৰ বাবে এক জৰুৰী সভাৰ আয়োজন কৰাৰ বাবে আহ্বান জনাই কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ, এয়াৰ ইণ্ডিয়া পাইলত ইউনিয়নৰ |

বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত

জনীয়াৰ ছনপুৰাত বেকী নৈৰ খহনীয়াত এমাহৰ ভিতৰত নৈৰ বুকুত জাহ গ'ল ৫০ টাকৈ পৰিয়ালৰ মাটি-ভেটি, খেতিপথাৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই চৰকাৰে ৷ কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে ৰৈ গৈছে তেওঁলোকৰ সেই সমস্যা ৷

দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

সমগ্ৰ দেশৰ দহখন ৰাজ্যত আজি অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ, গুজৰাট, কৰ্নাটক, তেলেংগানা, নাগালেণ্ড, উৰিশ্যা, হাৰিয়ানা, ছত্তিশগড় আৰু ঝাৰখণ্ডত চলি আছে বিধানসভাৰ উপ-নিৰ্বাচন ৷

নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন

চিলাপথাৰত একত্ৰিত হ'ল নাথ যোগী জনগোষ্ঠীৰ কেইবাখনো সমিতিৰ নেতৃত্ব ৷ জনগোষ্ঠীটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি সমস্যা সমাধানৰ বাবে সময়োচিত পদক্ষেপলৈ ঐক্যবদ্ধ হ'বলৈ আহ্বান জনগোষ্ঠীটোৰ নেতৃত্বৰ ৷

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

চাকৰিৰ নামত প্ৰতাৰণাৰ বলি হয় হোজাই জিলাৰ লংকাৰ 10 গৰাকীকৈ যুৱক ৷ সম্প্ৰতি ডেহৰাডুনৰ এটা গেষ্ট হাউছত পণবন্দী হৈ আছে অসহায় যুৱক কেইগৰাকী ৷

নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত

দিনক দিনে অধিক তীব্রতৰ হৈ উঠিছে নগাঁও কংগ্ৰেছৰ দুই ফৈদৰ সংঘাত । অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ উপস্থিতিৰ সময়তে উত্তপ্ত হৈ পৰে নগাঁৱৰ ৰাজীৱ ভৱন । যোৱাকালি সত্ৰাধিকাৰ, জ্যেষ্ঠ নাগৰিকৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙে ৷

নিশা ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৪ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.