ETV Bharat / snippets

সন্দেহবশতঃ অৰুণাচল প্ৰদেশ আৰক্ষীৰ জিম্মাত দুই আলফা(স্বা)ৰ লিংকমেন

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:19 AM IST

2 Arrested in Suspect of Being a Linkman for ULFA I in arunachal pradesh
আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত অৰুণাচল প্ৰদেশ আৰক্ষীৰ জিম্মাত দুই যুৱক (ETV Bharat Assam)

তিনিচুকীয়া, 6 জুলাই: আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আটক কৰে দুজনকৈ যুৱকক । অৰুণাচল আৰক্ষীয়ে আটক কৰা যুৱক দুজন হ’ল চঞ্চল মৰাণ আৰু নিৰ্মল মৰাণ । অৰুণাচল প্ৰদেশ আৰক্ষীয়ে চৌখামৰ সমীপৰ মেদুত চলায় এক বিশেষ অভিযান আৰু আলফা স্বাধীনৰ লিংকমেনৰ সন্দেহত জুই যুৱকক আটক কৰে ।

আলফাৰ লিংকমেনৰ সন্দেহত কৰায়ত্ত কৰা দুয়োকে অধিক তথ্যৰ বাবে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি বৰ্তমান সোধ-পোচ অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.