ETV Bharat / snippets

বুলেট-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু দুজনৰ

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 10:44 PM IST

two spot dead in bike truck collision in Tezpur Chaki ghat
বুলেট-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ; থিতাতে মৃত্যু দুজনৰ (ETV Bharat Assam)

তেজপুৰ, 12 জুলাই: তেজপুৰ চকীঘাট দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু ঘটে দুজনকৈ লোকৰ ।

দুৰ্টনাগ্ৰস্ত বুলেটখনৰ পঞ্জীয়ন নম্বৰ AS 12 AK 0686 । বাতৰি লিখাৰ পৰলৈকে মৃত্যু ঘটা লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।

ইফালে, উত্তেজিত জনতাই চকীঘাট-তেজপুৰ পথ অৱৰোধ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে চাৰিলেন পথত জামুগুৰিহাট দিশৰ পৰা দুলাবাৰীলৈ আহি আছিল বুলেটখন আৰু দুলাবাৰী দিশৰ পৰা গৈ থকা ট্ৰাক এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বুলেটখনৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.