ETV Bharat / snippets

মাজুলীৰ বজাৰত ৰাঘ বৰালি

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2024, 6:49 PM IST

Helicopter Catfish
মাজুলীত ৰাঘ বৰালি (ETV Bharat Assam)

মাজুলী,৭ অক্টোবৰ: মাজুলীৰ বজাৰত ওলাল ৰাঘ বৰালি । ৩৩ কেজি ওজনৰ এই ৰাঘ বৰালিটো বিক্ৰী হ'ল ২৩ হাজাৰ টকাত । লোহিত নদীত মাছ ধৰোতে জালোৱাৰ জালত পৰিল এই ৰাঘ বৰালিটো ।

সোমবাৰে এই বিশাল আকৃতিৰ মাছটো গড়মূড় চিতাদাৰচুকৰ বজাৰত ওলোৱাৰ লগে লগে বৰালিটো চাবলৈ বহু লোকৰ সমাগম হয় । মাছটো ক্ৰয় কৰাতকৈ ওচৰৰ পৰা চাবলৈ অহা লোকৰ সংখ্য়াই আছিল অধিক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.