ETV Bharat / lifestyle

বৃষ ৰাশিৰ লোকে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা...খৰচ নিয়ন্ত্ৰণ নকৰিলে আজি ব্যয় বৃদ্ধি হ’ব এই ৰাশিৰ লোকৰ...চাওক আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 16TH OCTOBER

আজি ৰাশি সলনি কৰি মীন ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 16th October 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : Oct 16, 2024, 12:49 AM IST

মেষ ৰাশি: আপোনাৰ আধ্যাত্মিক শক্তিয়ে আজিৰ দিনটো অনন্য কৰি তুলিব । আজি আপুনি অধিবিদ্যা আৰু মায়াবিদ্যাৰ প্ৰতি অতি আকৃষ্ট হৈ উঠিব পাৰে । আধ্যাত্মিক পৰিপূৰ্ণতাৰ যোগ আছে । ক্ৰোধ আৰু নিজৰ কথাক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে। সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণত নাযাব ।

বৃষ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি আপুনি সুখী সাংসাৰিক জীৱন উপভোগ কৰিব । উৎসাহজনক পৰিৱেশত আপুনি পৰিয়াল আরু প্ৰিয়জনসকলৰ সৈতে ভোজন উপভোগ কৰিব পাৰে । সৰু-সুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে । বিদেশত বসবাসকাৰী আত্মীয়-স্বজনৰপৰা সুসংবাদ পাই আনন্দ পাব । লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাই আপুনি চমকি উঠিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপোনাৰ ঘৰুৱা পৰিৱেশ আজি উত্সাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব। আজি আপুনি অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে । ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে, কিন্তু সঠিক কামতেই সঠিক ব্যয় কৰিব । আজি গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আজি আপুনি নিবিচাৰিলেও কিছু ঘটনাৰ বাবে আপোনাৰ খং উঠি থাকিব । কিন্তু নিজৰ মুখত লেকাম টানি ৰাখিব ।

কৰ্কট ৰাশি: আজিৰ দিনটো শান্তিৰে পাৰ কৰি দিয়ক। আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্ট ভুগিব পাৰে । আপুনি আজি উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা দেখা দিব পাৰে। অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ।

সিংহ ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই আপোনাক দুখ দি থাকিব। মাতৃৰ সৈতেও মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । আপুনি নিজৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।

কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব । ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব । আজি বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাত্ হ’ব পাৰে । লগতে আপুনি আজি আপুনি প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব । আৰ্থিক লাভৰো যোগ আছে । সামাজিকভাৱে আপুনি সন্মান অৰ্জন কৰিব ।

তুলা ৰাশি: আপোনাৰ মন আজি দুৰ্বল হৈ থাকিব কাৰণে কোনো সিদ্ধান্ত ল’ব পৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে আজি । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সংঘাত হ’ব পাৰে । গতিকে নিজৰ মুখত লেকাম টানি ৰাখক । আজি আপুনি আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । শাৰীৰিক আৰু মানসিকভাৱে আপুনি উত্তম অৱস্থাত থাকিব। পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটোৱাৰ যোগ আছে। আপুনি আজি প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে। আপুনি সুসংবাদো পাব পাৰে । সুখকৰ ভ্ৰমণৰ যোগ ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে জটিল হৈ উঠিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে । ভাবি চিন্তি কথা ক’ব। খং নকৰিব । দুৰ্ঘটনাত পৰিব পাৰে, গতিকে সাৱধানে থাকক । আপোনাৰ শাৰীৰিকভাৱে ভুগিব পাৰে । ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

মকৰ ৰাশি: আজি আপুনি বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব দিব । আজি আপোনাৰ দিনটো সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায়ক হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি নিজৰ বাবে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে দিনটো ফলদায়ক । আজি আপুনি সহজতে নিজৰ সকলো কামতেই সফল হ’ব, সেয়ে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব, যাৰ ফলত আপোনাৰ পদোন্নতিও হ’ব । বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আজি । আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ সাংসাৰিক জীৱন উত্তম ।

মীন ৰাশি: দিনৰ আৰম্ভণিত আপোনাৰ মন শান্তিত থাকিব । কিন্তু পিছলৈ আপুনি বিধ্বস্ত আৰু দুৰ্বল অনুভৱ কৰিব । আপুনি যদি নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো প্ৰকল্পত কাম কৰি আছে, তেতিয়া হ’লে প্ৰচণ্ড সাৱধানে থাকক । আপুনি নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে । প্ৰতি়যোগীসকলৰ সৈতে বিতৰ্কত নোসোমাব । পেটৰ গণ্ডগোল হ’ব পাৰে । আপুনি নিজক দুৰ্ভগীয়া বুলি ভাবিব, কিন্তু মনত ৰাখিব, ভাল দিন সকলোৰে আহে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.