ETV Bharat / snippets

১৫.৫ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 12:21 PM IST

Two smugglers held with drugs worth crores of rupees in Cachar
১৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ (ETV Bharat Assam)

কাছাৰ, ২১ ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত ড্ৰাগছৰ প্ৰচলন । আৰক্ষীও সষ্টম ড্ৰাগছ সহবৰাহকাৰীৰ বিৰুদ্ধে । এইবাৰ কাছাৰৰ বাশকান্দিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ প্ৰায় ১৫.৫ কোটি টকাৰ ড্ৰাগছ । ইম্ফলৰ পৰা অহা এখন ট্ৰাকত জব্দ বুজন পৰিমাণৰ ড্ৰাগছখিনি । আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে দুই সৰবৰাহকাৰীক ।

আৰক্ষী সূত্ৰে জনোৱা অনুসৰি ট্ৰাকখনৰ পৰা জব্দ কৰা হয় ১৮ হাজাৰ ইয়াবা টেবলেট, ২ কিঃগ্ৰাঃ ক্ৰিষ্টালি মেথাম্ফেটামিন । গোপন সূত্ৰৰ ভিত্তিত নিশা শিলচৰ-মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বাশকান্দিত চলিছিল আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.