ETV Bharat / snippets

অসুস্থ হাৰ্টথ্ৰব : চিকিৎসালয়ত ভৰ্তি জুবিন গাৰ্গক

author img

By ETV Bharat Entertainment Team

Published : Jul 28, 2024, 11:48 AM IST

Ailing heartthrob, Zubin Garg hospitalised
চিকিৎসালয়ত ভৰ্তি জুবিন গাৰ্গক (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুলাই : পুনৰ অসুস্থ পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ । দেওবাৰে পুৱা প্ৰায় ১০ বজাত অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী । বৰ্তমান নেমকেয়াৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছে তাৰকা শিল্পীগৰাকীক ।

বৰ্তমান প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষা কৰি আছে চিকিৎসকে । MICU ত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক । প্ৰায় ৮ মাহৰ পাচতে পুনৰ অসুস্থ হৈ পৰিছে প্ৰিয় শিল্পীগৰাকী । প্ৰিয় শিল্পীগৰাকী অসুস্থ হৈ পৰাত চিন্তিত হৈ পৰিছে অনুৰাগীসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.