ETV Bharat / snippets

মক্কাত মৃত্যু অসমৰ হজযাত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 5:06 PM IST

Assam Pilgrim Died In Mecca
মক্কাত অসমৰ হজযাত্ৰীৰ মৃত্যু (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ জুন: হজ পালনলৈ গৈ মক্কাত মৃত্যু অসমৰ এজন হজযাত্ৰীৰ । মৃত হজযাত্ৰীজন কাছাৰৰ তোপখানাৰ জছিৰ উদ্দিন মজুমদাৰ । উল্লেখ্য় যে কেইদিনমান পূৰ্বে পত্নীক লগত লৈ পৱিত্ৰ হজ পালন কৰিবলৈ চৌদি আৰবলৈ গৈছিল জছিৰ উদ্দিন মজুমদাৰ নামৰ লোকজন ।

পৰিয়ালৰ লোকে এই বিষয়ে উল্লেখ কৰি কয় যে হজ পালনৰ সময়তেই দেওবাৰে হঠাৎ অসুস্থ হৈ পৰে জছিৰ উদ্দিন মজুমদাৰ । ইয়াৰ পিচতেই চিকিৎসাৰ ব্য়ৱস্থা কৰে যদিও তেওঁৰ মৃত্য়ু হয় । তেওঁৰ এই মৃত্যুৰ খৱৰ লাভ কৰাৰ লগে লগে পৰিয়ালৰ সদস্য়সকলৰ মাজত শোকৰ ছাঁ পৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.