thumbnail

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 3:05 PM IST

Updated : Mar 16, 2024, 5:02 PM IST

ETV Bharat / Videos

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল LIVE

ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচন ২০২৪ আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে এক সংবাদমেলযোগে আজি নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ সৈতে এক সংবাদমেল সম্বোধন কৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ নিৰ্বাচন আয়োগে আজি X ত এক টুইট কৰি এক কথা ঘোষণা কৰে ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে X ত নিৰ্বাচন আয়োগৰ এগৰাকী মুখপাত্ৰই কয়, "নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচন ২০২৪ আৰু কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবলৈ শনিবাৰে বিয়লি ৩ বজাত সংবাদমেল অনুষ্ঠিত কৰিব । এই সংবাদমেল নিৰ্বাচন আয়োগৰ সামাজিক মাধ্যমৰ মঞ্চত পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব ।"
Last Updated : Mar 16, 2024, 5:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.