অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম দিন LIVE - ASSAM ASSEMBLY AUTUMN SESSION - ASSAM ASSEMBLY AUTUMN SESSION
🎬 Watch Now: Feature Video


Published : Aug 30, 2024, 9:35 AM IST
|Updated : Aug 30, 2024, 11:43 AM IST
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি পঞ্চম আৰু অন্তিম দিন । ২২ আগষ্টৰ পৰা আৰম্ভ হোৱা অধিৱেশৰ আজি পঞ্চম তথা অন্তিম দিনা প্ৰশ্নসমূহৰ উপৰিও আছে প্ৰাইভেট মেম্বাৰ্চ বিজনেচ, বিধেয়ক উত্থাপন, মোচনচ, ৰিজলোচনচ আৰু অন্যান্য চৰকাৰী বিজনেচ । বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাৰ পৰাই ৰাজ্যৰ বিভিন্ন বিষয়ক লৈ সদন উত্তপ্ত হৈ আছিল । বিৰোধীয়ে বহুকেইটা বিষয়ক লৈ বিধানসভাত সৰৱ হোৱাৰ উপৰিও প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল । আনকি বিগত কেইদিনত বিৰোধীয়ে সদন ত্যাগ কৰি হাতে হাতে প্লে'-কাৰ্ড লৈ সদনৰ বাহিৰত উত্তাল প্ৰতিবাদো সাব্যস্ত কৰে । বিশেষকৈ হিন্দু-মুছলমানৰ প্ৰসংগক লৈ বিগত কেইদিন উত্তাল হৈ পৰে সদনৰ মজিয়া । আনহাতে এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ উপৰি গৃহীত হয় ।
Last Updated : Aug 30, 2024, 11:43 AM IST