ETV Bharat / technology

চলিত মাহতেই বজাৰলৈ আহিব Vivo Y300 5G - VIVO Y300 TO LAUNCH IN INDIA

Vivo ই আন এটা 5G স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে । চলিত মাহত মুকলি কৰা হ’ব এই স্মাৰ্টফোনটো । সাম্ভাব্য দাম কিমান হ'ব জানি লওক...

vivo-y300-confirmed-to-launch-in-india-on-november-21-know-price-and-specification-details
চলিত মাহতেই বজাৰলৈ আহিব Vivo Y300 5G (Vivo)
author img

By ETV Bharat Tech Team

Published : Nov 15, 2024, 1:15 PM IST

হায়দৰাবাদ: টিজাৰ মুক্তিৰ কিছুদিন পিছতে ভিভ’ই মুকলি কৰিবলৈ ওলাইছে নতুন 5G স্মাৰ্টফোন Vivo Y300 । চলিত মাহৰ 21 তাৰিখে মুকলি কৰা হ'ব এই ফোনটো । কোম্পানীটোৱে নিজৰ X হেণ্ডেলত এই কথা ঘোষণা কৰিছে । টিজাৰত কোম্পানীটোৱে নতুন হেণ্ডছেটৰ ডিজাইনৰ বিষয়ে তথ্য দিছে । ইয়াৰ ঠিক তলত ৰিং লাইটৰ সৈতে ডুৱেল কেমেৰা ছেটআপ আছে ।

ডিজাইন

Vivo Y300 মেটালিক ফ্ৰেমৰ সৈতে বক্সি ডিজাইনৰ সৈতে আহিব । কোম্পানীয়ে স্পষ্ট কৰি দিছে যে এই ফোনটো ডাৰ্ক পাৰ্পল, ছি গ্ৰীণ আৰু গ্ৰে 3 টা ৰঙৰ বিকল্পত উপলব্ধ হ’ব । এই ভেৰিয়েন্টটোৰ মাৰ্কেটিং নাম কি হ’ব সেয়া কোম্পানীয়ে সিদ্ধান্ত লোৱা নাই । এই ফোনত আছে শক্তিশালী কেমেৰা । তলত ডুৱেল কেমেৰা চেটআপ আছে আৰু তলত ৰিং লাইটৰ ডিজাইন আছে । যিটো ইয়াৰ পূৰ্বৰ মডেলতকৈ পৃথক । যোৱা বছৰ মুকলি কৰা হৈছিল Vivo Y200 । কোম্পানীটোৱে ইয়াৰ ডিজাইনৰ সবিশেষ তথ্য প্ৰদান কৰা নাই ।

বৈশিষ্ট্য

  • 6.67 ইঞ্চিৰ AMOLED ডিছপ্লে
  • 1080 x 2400 পিক্সেল ফুল এইচডি+ ৰিজ’লিউচন
  • 120Hz ৰিফ্ৰেছ ৰেট
  • ডুৱেল কেমেৰা ছেটআপ (50MP মেইন চেন্সৰ, 8MP ছেকেণ্ডাৰী লেন্স)
  • প’ৰ্ট্ৰেইট শ্বটৰ বাবে চ’নী IMX882 চেন্সৰ
  • চেলফিৰ বাবে 32MP ফ্ৰন্ট কেমেৰা
  • স্নেপড্ৰেগন 4 জেন 2 চিপছেট
  • 8GB ৰেম
  • 5000 mAh বেটাৰী
  • 80W ফাষ্ট চাৰ্জিং সমৰ্থন
  • ৱাই-ফাই 5
  • ব্লুটুথ 5.0, জিপিএছ আৰু ইউএছবি-চি প’ৰ্ট
  • ষ্টেৰিঅ’ স্পীকাৰ
  • পানী আৰু ধূলি প্ৰতিৰোধৰ বাবে IP64 ৰেটিং
  • আণ্ডাৰ-ডিছপ্লে অপটিকেল ফিংগাৰপ্ৰিণ্ট চেন্সৰ

দাম কিমান হব?

ইয়াৰ পূৰ্বৰ Vivo Y200 যোৱা বছৰ মুকলি কৰা হৈছিল, যাৰ মূল্য আছিল 20 হাজাৰ টকা । অৱশ্যে ইয়াৰ পৰৱৰ্তী মডেলৰ Vivo Y300 ৰ মূল্য 25 হাজাৰ টকা হ’ব বুলি আশা কৰা হৈছে । 21 নৱেম্বৰত কোম্পানীটোৱে এই ফোনটো মুকলি কৰাৰ পিছত এই মূল্য জানিব পৰা যাব ।

লগতে পঢ়ক: বিশ্বৰ বজাৰত মুকলি হ’ব Vivo X200 series

উৎসৱৰ বতৰত দাম কমিল Vivo Y28s 5G স্মাৰ্টফোনৰ - Vivo Y28s 5G Price in India

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.