ETV Bharat / technology

5 লাখ টকাৰ ভিতৰত ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন - Budget friendly cars - BUDGET FRIENDLY CARS

Cars Under 5 Lakhs: যদিও বৰ্তমান ভাৰতীয় গাড়ীৰ বজাৰত উৎকৃষ্ট আৰু বৈশিষ্ট্যযুক্ত গাড়ীৰ অভাৱ নাই, তথাপিও আজিও বহুতে বাজেট গাড়ীৰ প্ৰতি অধিক গুৰুত্ব দিয়ে । ইয়াত আমি আপোনালোকক এনে 4 খন গাড়ীৰ কথা উল্লেখ কৰিম, যাৰ দাম 5 লাখতকৈও কম ।

Best Cars Under 5 Lakh in india
বাজেট গাড়ী (Maruti Suzuki/Renault)
author img

By ETV Bharat Tech Team

Published : Aug 26, 2024, 7:49 PM IST

নিউজ ডেস্ক, 26 আগষ্ট: আজিৰ সময়ত সকলোৱে নিজৰ বাবে এখন গাড়ী বিচাৰে ৷ এসময়ত যদিও গাড়ী এখন ষ্টেটাছ চিম্বল আছিল, সময়ৰ গতিত ই এতিয়া মানুহৰ বাবে এক প্ৰয়োজনীয়তাৰ দৰে হৈ পৰিছে । অৱশ্যে গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত মধ্যবিত্ত পৰিয়ালবোৰে সদায়ে সমস্যাৰ সন্মুখীন হয় কাৰণ মধ্যবিত্ত পৰিয়ালবোৰে সদায় বাজেটৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয় । ইয়াত আমি আপোনালোকক এনে 4 খন বাজেট গাড়ীৰ কথা ক'ম, যাৰ দাম 5 লাখতকৈও কম ।

1)Maruti Suzuki Alto K10: দেশীয় গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিৰ আটাইতকৈ সুলভ মূল্যৰ গাড়ী মাৰুতি চুজুকি আলটো কে10, যিখন কোম্পানীয়ে মুঠ 9 টা ভেৰিয়েণ্টত বিক্ৰী কৰিছে । কোম্পানীটোৱে এই গাড়ীখন 3.99 লাখৰ পৰা 5.96 লাখ টকাৰ ভিতৰত বিক্ৰী কৰিছে (এক্স শ্ব’ৰুম) ।

  • ৰঙৰ বিকল্প – মেটালিক ছিজলিং ৰেড, মেটালিক ৰেচমী ৰূপালী, মেটালিক গ্ৰেনাইট গ্ৰে, মেটালিক স্পিডি ব্লু, প্ৰিমিয়াম আৰ্থ গোল্ড, পাৰ্ল মিডনাইট ব্লেক আৰু চলিড হোৱাইট ।
  • ইঞ্জিন – 1.0 লিটাৰৰ ডুৱেলজেট, ৩টা চিলিণ্ডাৰ, প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন
  • শক্তি/টৰ্ক – 67 এইচ পি শক্তি / 89 নিউটন মিটাৰ টৰ্ক
  • চিএনজি শক্তি/টৰ্ক – 57 এইচপি শক্তি / 82 নিউটন মিটাৰ টৰ্ক
  • গিয়াৰবক্স – 5 স্পীড মেনুৱেল আৰু 5 স্পীড অটোমেটিক গিয়াৰবক্স
  • সুৰক্ষা বৈশিষ্ট্য – ডুৱেল ফ্ৰন্ট এয়াৰবেগ, ইবিডিৰ সৈতে এবিএছ, ৰিভাৰ্ছিং কেমেৰা, ইলেক্ট্ৰনিক ষ্টেবিলিটি কন্ট্ৰল (ইএছচি), আৰু পিছফালৰ পাৰ্কিং চেন্সৰ ।
  • অন্যান্য বৈশিষ্ট্যসমূহ – 7 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, কিলেছ এণ্ট্ৰি, ছেমি-ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ষ্টিয়াৰিং-মাউণ্টেড কন্ট্ৰ’ল আৰু মেনুৱেলি এডজাষ্টেবল বাহিৰৰ ৰিয়াৰ ভিউ মিৰ’ৰ (ORVM)।

2) Maruti Suzuki S-Presso: তালিকাত থকা এটা নাম হৈছে দেশীয় গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিৰ সৰু হেচবেক মাৰুতি চুজুকি এছ-প্ৰেছ’, যিখন কোম্পানীয়ে মুঠ 10 টা ভেৰিয়েণ্টত বিক্ৰী কৰিছে । এই গাড়ীৰ দাম 4.26 লাখ টকাৰ পৰা আৰম্ভ হৈ 6.12 লাখ টকা (এক্স শ্ব’ৰুম) পৰ্যন্ত ।

  • ৰঙৰ বিকল্প – গাঢ় কমলা, গাঢ় ৰঙা, মেটালিক গ্ৰেনাইট, মেটালিক ৰেচমী ৰূপালী, পাৰ্ল ষ্টৰী ব্লু, পাৰ্ল মিডনাইট ব্লেক আৰু গাঢ় বগা ।
  • ইঞ্জিন – 1.0 লিটাৰ, ৩টা চিলিণ্ডাৰ, প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন
  • শক্তি/টৰ্ক – 67 এইচ পি শক্তি/89 নিউটন মিটাৰ টৰ্ক
  • চিএনজি শক্তি/টৰ্ক – 57 এইচপি শক্তি/82 নিউটন মিটাৰ টৰ্ক

  • নিৰাপত্তা - ডুৱেল ফ্ৰন্ট এয়াৰ বেগ, ৰিয়াৰ পাৰ্কিং চেন্সৰ, হিল হোল্ড এচিষ্ট, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম (ইএছপি), ইবিডিৰ সৈতে এবিএছ, ৰিয়াৰ পাৰ্কিং কেমেৰা ।
  • অন্যান্য বৈশিষ্ট্যসমূহ – 7 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, ছেমি-ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ফ্ৰন্ট পাৱাৰ উইণ্ড’, কিলেছ এণ্ট্ৰি, স্পীকাৰৰ এটা অতিৰিক্ত ছেট ।

3) Renault Kwid: ফ্ৰান্সৰ গাড়ী নিৰ্মাতা কোম্পানী ৰেন’ল্টৰ সৰু হেচবেক ৰেন’ ক্ৱিড ভাৰতীয় বজাৰত জনপ্ৰিয় গাড়ী । কোম্পানীয়ে শেহতীয়াকৈ গাড়ীখনৰ কোনো আপডেট কৰা নাই । কোম্পানীটোৱে ইয়াক মুঠ 9 টা ভেৰিয়েন্টত বিক্ৰী কৰিছে, যাৰ মূল্য 4.70 লাখৰ পৰা 6.45 লাখ টকালৈকে (এক্স-শ্ব’ৰুম) ।

  • ৰঙৰ বিকল্প – আইচ কুল হোৱাইট, ফায়াৰী ৰেড, আউটবেক ব্ৰঞ্জ, মুনলাইট ছিলভাৰ আৰু জান্সকাৰ ব্লু, ক’লা ছাদৰ সৈতে ডুৱেল টোন ৷
  • ইঞ্জিন – 1.0 লিটাৰ, তিনিটা চিলিণ্ডাৰ, প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন
  • শক্তি/টৰ্ক – 68 এইচ পি শক্তি/91 নিউটন মিটাৰ টৰ্ক

  • নিৰাপত্তা - ডুৱেল এয়াৰ বেগ, ইবিডিৰ সৈতে এবিএছ, পিছফালৰ পাৰ্কিং চেন্সৰ, ইলেক্ট্ৰনিক ষ্টেবিলিটি প্ৰগ্ৰেম, হিল ষ্টাৰ্ট এচিষ্ট, ট্ৰেকচন কন্ট্ৰ'ল চিষ্টেম, টায়াৰৰ চাপ মনিটৰিং চিষ্টেম ।
  • অন্যান্য বৈশিষ্ট্য – 8 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, কিলেছ এণ্ট্ৰি আৰু মেনুৱেল এচি ।

4. Maruti Suzuki Celerio: কোম্পানীয়ে এই সৰু গাড়ীখন মুঠ চাৰিটা ভেৰিয়েণ্টত বিক্ৰী কৰিছে, য’ত আছে LXi, VXi, ZXi আৰু ZXi+ । ইয়াৰ আৰম্ভণিৰ মূল্য 4.99 লাখ টকা (এক্স-শ্ব’ৰুম), আনহাতে ইয়াৰ টপ-স্পেক ভেৰিয়েণ্টৰ মূল্য 7.04 লাখ টকা (এক্স-শ্ব’ৰুম) ।

  • ৰঙৰ বিকল্প – কেফেইন ব্ৰাউন, পাৰ্ল মিডনাইট ব্লেক, গ্লিষ্টিং গ্ৰে, ৰেচমী ৰূপালী, স্পীডি ব্লু, চলিড ফায়াৰ ৰেড আৰু আৰ্কটিক হোৱাইট
  • ইঞ্জিন – 1.0 লিটাৰ, 3 চিলিণ্ডাৰ, প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল ইঞ্জিন
  • শক্তি/টৰ্ক – 67 এইচ পি শক্তি আৰু 89 নিউটন মিটাৰ টৰ্ক
  • চিএনজি শক্তি/টৰ্ক – 57 এইচপি শক্তি আৰু 82 নিউটন মিটাৰ টৰ্ক
  • গিয়াৰবক্স – 5 স্পীড মেনুৱেল / 5 স্পীড অটোমেটিক গিয়াৰবক্স
  • নিৰাপত্তা - ডুৱেল ফ্ৰন্ট এয়াৰ বেগ, হিল-হল্ড এচিষ্ট, ইবিডিৰ সৈতে এবিএছ, ৰিয়াৰ পাৰ্কিং চেন্সৰ ।
  • অন্যান্য বৈশিষ্ট্য – 7 ইঞ্চিৰ টাচস্ক্ৰীণ, পুছ-বুটাম ষ্টাৰ্ট/ষ্টপ, কিলেছ এণ্ট্ৰি আৰু মেনুৱেল এচি ।

লগতে পঢ়ক: ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে পিকআপ ট্ৰাকৰ প্ৰয়োজন : এই তালিকাৰ পৰা বাচনি কৰক আপোনাৰ শ্ৰেষ্ঠ পিকআপ ট্ৰাকখন - Budget friendly pickup trucks

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.