ETV Bharat / state

গৃহ বিভাগৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল - Major Reshuffle of assam police

Assam Police reshuffle : অসম চৰকাৰৰ গৃহ বিভাগে দেওবাৰে আৰক্ষী বিভাগত বিভিন্ন বিষয়াৰ বদলিৰ নিৰ্দেশ দিছে । গৃহ বিভাগৰ নিৰ্দেশ ‌মতে বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ পদোন্নতিসহ বদলি হোৱাও দেখা গৈছে ৷ চাওক বিতং খবৰ...

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:57 PM IST

MAJOR RESHUFFLE OF ASSAM POLICE
অসম আৰক্ষীত ৰদবদল (ETV Bharat Assam)

গুৱাহাটী, 7 জুলাই : অসম চৰকাৰে এক নিৰ্দেশযোগে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছে ৷ সেই অনুসৰি, কোকৰাঝাৰৰ (বি টি এ ডি) আই জি পি সত্যৰাজ হাজৰিকাক তিনিচুকীয়াৰ (এন ই আৰ) আই জি পি হিচাপে বদলি কৰা হৈছে ৷ লগতে তেওঁক যোৰহাটৰ (ই আৰ) অতিৰিক্ত দায়িত্ব দিয়া হৈছে ৷ আনহাতে আই জি পি (এম পি চি) বিবেক ৰাজ সিঙক কোকৰাঝাৰৰ আই জি পি হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷ সেইদৰে চি আই ডিৰ ডি আই জি পি ইন্দ্ৰানী বৰুৱাক চি ডব্লিউ আৰৰ ডি আই জি পি হিচাপে বদলি কৰা হৈছে ৷

মুখ্য কাৰ্যালয়ত সংলগ্ন হৈ থকা আৰক্ষী অধীক্ষক অংকুৰ জৈনক কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱক ভিজিলেন্স এণ্ড এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ পাণ্ডুৰ ৰে'লৱে পুলিচৰ অধীক্ষক অক্ষত গাৰ্গক চিৰাঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷

এ আই জি পি (ক্ৰীড়া) বেদান্ত মাধৱ ৰাজখোৱাক ভিজিলেন্স এণ্ড এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নক লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ ভিজিলেন্স এণ্ড এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথক একেটা বিভাগৰ আন এটা শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ ভিজিলেন্স এণ্ড এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলিক একেটা বিভাগৰে আন এটা শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷

কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক ধৰ্মেন্দ্ৰ কুমাৰ দাসক বিশেষ শাখাৰ (ইষ্টাৰ্ন জ'ন) আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ নলবাৰীৰ দৌলাশালৰ ১৪ এপি বি এনৰ অধিনায়ক সুশান্ত বিশ্ব শৰ্মাক বৰপেটাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ চি আই ডিৰ চাইবাৰ ক্ৰাইমৰ আৰক্ষী অধীক্ষক প্ৰতীক ৰংহাঙক নলবাৰীৰ দৌলাশালৰ ১৪ এপি বি এনৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷

চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাক পাণ্ডুৰ ৰে'লৱে পুলিচৰ অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ বিশেষ শাখাৰ (ইষ্টাৰ্ণ জ'ন) আৰক্ষী অধীক্ষক সৌৰভ জ্যোতি শইকীয়াক চি আই ডিৰ চাইবাৰ ক্ৰাইমৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ ভিজিলেন্স এণ্ড এণ্টি ক'ৰাপচনৰ আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক উলুবাৰীৰ এ আই জি পি (ক্ৰীড়া) হিচাপে বদলি কৰা হৈছে ৷

লগতে পঢ়ক: পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে - Changes is Assam Government

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.