ETV Bharat / state

৫২ গৰাকী আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক - CMS special service medal

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 10:36 PM IST

Assam CMs special Medal : মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকপ্ৰাপকৰ নাম ঘোষণা ৷ ২৯ গৰাকী আৰক্ষী বিষয়াক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু ২৩ গৰাকীক আৰক্ষী সংকটৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

CMS SPECIAL SERVICE MEDAL
মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক ঘোষণা (ETV Bharat Assam)

গুৱাহাটী, ১৪ আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকপ্ৰাপকৰ নাম ৷ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু সংকটৰ পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে বিশেষ পদকপ্ৰাপকলসকলৰ নাম ঘোষণা কৰা হৈছে ৷ ২৯ গৰাকী আৰক্ষী বিষয়াক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু ২৩ গৰাকীক আৰক্ষী সংকটৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদকৰ বাবে নিৰ্বাচিত হৈছে ।

উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকৰ বাবে নিৰ্বাচিত আৰক্ষী বিষয়াসকল :

Assam CMs special Medal

অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিনহা, গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, পাপৰী চেতিয়া, নিংখোদেই চিংচন, মানস শইকীয়া, লুনা সোণোৱাল, পৃথ্বীৰাজ ৰাজখোৱা, পদ্মনাভ বৰুৱা, সতীশ কুমাৰ, নিৰ্মল চি. বিশ্বাস, প্ৰাঞ্জল প্ৰতিম শইকীয়া, ভাস্কৰ মল্ল পাটোৱাৰী, ঋষি দেৱ, হেমেন্দ্ৰ সিনহা, দিগন্ত কুমাৰ দাস, মাহাত্ম্য মানস সন্দিকৈ, বিষ্ণু বৰুৱা, মৌটি বসুমতাৰী, নিশি ৰঞ্জন দেৱ, প্ৰণৱ বৰুৱা, অংকুৰ কাকতি, দীপক কাকতি, নিতুল ফুকন, গোপেন মোহন দাস, জিতু কুমাৰ দাস, বসন্ত কাকতি, দুলুমণি দাস, কাশী তামুলী, ৰাজা সিং ।

মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক লাভ কৰাসকল :

অখিলেশ কুমাৰ সিং, ছাদিক আলী আহমেদ, ৰেণুকুন্তলা শীতল কুমাৰ, বিজয় দুৱৰা, কল্পনা বড়ো, কপিল পাঠক, দীপেন চন্দ্ৰ বৰুৱা, নৱ কুমাৰ ডেকা, প্ৰতিভা বড়ো, কল্যাণী দিব্ৰা, মাজিবুল ইছলাম, শিল্পা নৰহ, পুলিন বৰা, মৃদুল বৰুৱা , ৰুবুল চেতিয়া ফুকন, মৃদুল বৰগোহাঁই, উমেশ কুৰ্মী, ভূবন শৰ্মা, মুক্তাৰ ৰহমান, অকণ ৰামচিয়াৰী, অংশুমা বসুমতাৰী, কুশল হাজৰিকা, পংকজ কলিতা ।

লগতে পঢ়ক : মিতভাষৰ স্ৰষ্টা ড৹ নগেন শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.