ETV Bharat / sports

ছুপাৰ-৮ত কেতিয়া কাৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব কোনটো দল: কেতিয়া আৰম্ভ হ’ব ভাৰতৰ অভিযান... - T20 World Cup 2024 - T20 WORLD CUP 2024

T20 World Cup 2024: টি-২০ বিশ্বকাপ ২০২৪ৰ ছুপাৰ-৮ৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত শীৰ্ষস্থান দখল কৰি ছুপাৰ-৮ত প্ৰৱেশ কৰিছে । টি-২০ বিশ্বকাপ ২০২৪ৰ ছুপাৰ-৮ত ভাৰতৰ লগতে কোনটো দলে কেতিয়া কাৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব তাৰ সম্পূৰ্ণ সময়সূচী জানক...

T20 World Cup 2024
ছুপাৰ-৮ত কেতিয়া কাৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব কোনটো দল (Twitter Account)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 6:31 PM IST

স্পৰ্টছ ডেস্ক, ১৭ জুন : টি-২০ বিশ্বকাপ ২০২৪ৰ ছুপাৰ-৮ত বাংলাদেশৰ প্ৰৱেশৰ লগে লগে ছুপাৰ-৮ত কোনে কাৰ মুখামুখি হ’ব সেয়া স্পষ্ট হৈ পৰিছে । এই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে ৮ টা দলে যোগ্যতা অৰ্জন কৰিছে । ৪-৪ টা দলক গ্ৰুপ এ আৰু গ্ৰুপ বিত স্থান দিয়া হৈছে । ছুপাৰ-৮ৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে কোন কোন দলে স্থান লাভ কৰিব, এতিয়া তাকে লৈ এতিয়া সকলোৰে জল্পনা-কল্পনা আৰম্ভ হৈছে ৷ ৮ টা দলৰ ভিতৰত প্ৰধানত ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ দৰে ৫ টা শক্তিশালী দলৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব । ছুপাৰ-৮ৰ সকলো মেচ এন্টিগুয়া, বাৰ্বাডোছ, ছেইণ্ট লুচিয়া আৰু ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: চুপাৰ-৮ ত কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় দল ? - T20 WORLD CUP 2024

ছুপাৰ-৮ৰ দুয়োটা গ্ৰুপ:

  • গ্ৰুপ ১ : ভাৰত, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু বাংলাদেশ
  • গ্ৰুপ ২ : আমেৰিকা, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড

লগতে পঢ়ক: আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024

ছুপাৰ-৮ত অনুষ্ঠিত হ’বলগীয়া ৮ টা দলৰ খেলসমূহ:

  • ১৯ জুন: আমেৰিকা বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া (নিশা ৮ বজাত IST)
  • ২০ জুন: ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া (৬ বজাত IST)
  • ২০ জুন : আফগানিস্তান বনাম ভাৰত, ব্ৰীজটাউন, বাৰ্বাডোছ (নিশা ৮ বজাত IST)
  • ২১ জুন : অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া (৬ বজাত IST)
  • ২১ জুন: ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া (নিশা ৮ বজাত IST)
  • ২২ জুন: আমেৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ব্ৰীজটাউন, বাৰ্বাডোছ (৬ বজাত IST)
  • ২২ জুন : ভাৰত বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া (নিশা ৮ বজাত IST)
  • ২৩ জুন: আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট (৬ বজাত IST)
  • ২৩ জুন: আমেৰিকা বনাম ইংলেণ্ড, ব্ৰীজটাউন, বাৰ্বাডোছ (নিশা ৮ বজাত IST)
  • ২৪ জুন : ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া (৬ বজাত IST)
  • ২৪ জুন: অষ্ট্ৰেলিয়া বনাম ভাৰত, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া (নিশা ৮ বজাত IST)
  • ২৫ জুন : আফগানিস্তান বনাম বাংলাদেশ, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট (৬ বজাত IST)

লগতে পঢ়ক: বৰুণ দেৱতাৰ কোপদৃষ্টি; ইতিহাস ৰচনা কৰি আমেৰিকাই দেখুৱালে পাকিস্তানক প্ৰস্থানৰ পথ - T20 World Cup 2024

ছুপাৰ-৮ত অনুষ্ঠিত হ’ব টীম ইণ্ডিয়াৰ খেলসমূহ:

অহা ২০ জুনত বাৰ্বাডোছত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব । পৰৱৰ্তী মেচত ভাৰতে এন্টিগুয়াত বাংলাদেশৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব, মেন ইন ব্লুৱে ২৪ জুনত ছেইণ্ট লুচিয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চূড়ান্ত আৰু তৃতীয়খন খেল খেলিব । ভাৰতৰ সকলো খেল ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব । এই ৩খন মেচৰ ভিতৰত যদি ৰোহিতৰ দলটোৱে ২খন খেলতো জয়ী হয়, তেন্তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে 'ষ্টপ ক্লক' জৰিমনা ভৰিলে আমেৰিকাই - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.