ETV Bharat / sports

পেৰিছ অলিম্পিক ২০২৪ : জানক ২৮ জুলাইৰ ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ ইভেণ্ট আৰু সময় - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 5:57 AM IST

India Olympic schedule : ভাৰতৰ কোন কোন খেলুৱৈয়ে পেৰিছ অলিম্পিক 2024-ৰ দ্বিতীয় দিনা কোনখন খেলত খেলিবলৈ গৈ আছে, তেওঁলোকে কাৰ বিৰুদ্ধে কেতিয়া খেলিব ? সম্পূৰ্ণ বাতৰি পঢ়ক...

India Olympic schedule
২৮ জুলাইৰ ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ ইভেণ্ট আৰু সময় (AP Photo)

স্পৰ্টছ ডেস্ক, 28 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ প্ৰথম দিনটো ভাৰতৰ বাবে মিশ্ৰিত আছিল ৷ 28 জুলাইত (দেওবাৰে) ভাৰতীয় খেলুৱৈসকলে দ্বিতীয় দিনা পুনৰ তেওঁলোকৰ মনোবল প্ৰদৰ্শন কৰিব বিচাৰিব ৷ দ্বিতীয়তো দিনত ভাৰতীয় খেলুৱৈসকলক ভাৰতৰ হৈ শ্বুটিং, বেডমিণ্টন, বক্সিং, টেবুল টেনিছ আৰু আৰ্চাৰীৰ দৰে ক্ৰীড়াত সুন্দৰ প্ৰদৰ্শন কৰা দেখা যাব ৷ আমি আপোনাক জনাম পেৰিছ অলিম্পিকৰ দ্বিতীয়টো দিনত ভাৰতৰ হৈ কি খেলত কোন খেলুৱৈক দেখা যাব ৷

28 জুলাইত অনুষ্ঠিত হ'বলগা ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা :

ৰয়িং : ৰয়িং ইভেণ্টত ভাৰতৰ হৈ দেখা যাব বলৰাজ পানৱাৰক ৷ তেওঁ ৰয়িঙত চতুৰ্থ স্থান লাভ কৰি ৰিপেচেজত নিজৰ স্থান নিশ্চিত কৰিছে ৷ বলৰাজে 7: 07.11 মিনিট সময় লৈছিল আৰু চতুৰ্থ স্থান লাভ কৰিছিল ৷ এতিয়া ব্ৰঞ্জৰ পদকৰ বাবে তেওঁৰ যুঁজ আগবঢ়াব ৷

  • পুৰুষৰ একক স্কলছ ৰিপেচেজ ৰাউণ্ড (বলৰাজ পানৱাৰ - ভাৰত) - ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12:30 বজাত ৷

শ্বুটিং : ভাৰতৰ হৈ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং মহিলাৰ অৰ্হতা মেচত অংশগ্ৰহণ কৰিব ভালাৰিভান এলাভেনিল আৰু ৰমিতা ৰমিতাই ৷ ইয়াৰ পিচত সন্দীপ সিং আৰু অৰ্জুন বাবুতাক 10 মিটাৰ এয়াৰ ৰাইফলত পুৰুষৰ অৰ্হতাত শ্বুটিং কৰা দেখা যাব ৷ দুয়োগৰাকীয়ে ভাৰতৰ বাবে পদকৰ আশা বজাই ৰাখিব ৷ ইয়াৰ পিচত চূড়ান্ত মেচ হ’ব, যাৰ সময় বেলেগ ৷

  • 10 মিটাৰ এয়াৰ ৰাইফল (মহিলাৰ অৰ্হতা) - নিশা 12.45 বজাত ৷
  • 10 মিটাৰ এয়াৰ পিষ্টল (পুৰুষৰ অৰ্হতা) - দুপৰীয়া 1 বজাত ৷
  • 10 মিটাৰ এয়াৰ ৰাইফল (পুৰুষৰ ফাইনেল) - দুপৰীয়া 2.45 বজাত ৷
  • 10 মিটাৰ এয়াৰ পিষ্টল (মহিলা ফাইনেল) - বিয়লি 3.30 বজাত

লগতে পঢ়ক : পেৰিছ অলিম্পিকত শ্বুটিঙৰ ব্যক্তিগত শাখাত ফাইনেললৈ অৱতীৰ্ণ মনু ভাকৰ - Paris Olympics 2024

বেডমিণ্টন : পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনটো ভাৰতৰ বাবে বেডমিণ্টনত একচন ভৰ্তি দিন হ’ব ৷ মহিলা একক শাখাত পি ভি সিন্ধুক জাৰ্মানীৰ ৰথ ফেবিয়ানৰ বিৰুদ্ধে খেলা দেখা যাব ৷ আনহাতে এইচ এছ প্ৰাণয়ক পুৰুষৰ একক শাখাত দেখা যাব ৷

  • মহিলা একক - পি ভি সিন্ধু : দুপৰীয়া 12 বজাত ৷
  • পুৰুষৰ একক - এইচ এছ প্ৰণয় : ভাৰতীয় সময় মতে সন্ধিয়া 8.30 বজাত ৷

টেবুল টেনিছ : ভাৰতৰ হৈ টেবুল টেনিছত, আকুলা শ্ৰীজাক চুইডেনৰ কালবাৰ্গ ক্ৰিষ্টিনাৰ বিৰুদ্ধে খেলা দেখা যাব ৷ ভাৰতৰ মণিকা বান্ট্ৰাক গ্ৰেট ব্ৰিটেইনৰ হাৰ্চি আন্নাৰ বিৰুদ্ধে মহিলাৰ ৰাউণ্ড অফ 64 ত খেলি থকা দেখা যাব ৷ পুৰুষৰ এককত, অচন্ত শৰৎ কামালে শ্লভেনিয়াৰ কোজুল ডেনিৰ বিৰুদ্ধে খেলিবলৈ সাজু হৈছে ৷

  • টেবুল টেনিছ - মহিলাৰ ৰাউণ্ড 64 - 2:15 বজাত ৷
  • টেবুল টেনিছ - পুৰুষৰ ৰাউণ্ড 64 - আবেলি 3 বজাত ৷
  • টেবুল টেনিছ - মহিলাৰ ৰাউণ্ড 64 - আবেলি 4:30 বজাত ৷

বক্সিং : ভাৰতীয় বক্সাৰ নিখাত জাৰীনক মহিলাৰ 50 কিলোগ্ৰাম শাখাৰ ৰাউণ্ড অফ 32 ত জাৰ্মানীৰ ক্লয়েৎজাৰ মেক্সি কেৰিনাৰ সৈতে খেলি থকা দেখা যাব ৷

  • মহিলাৰ 50 কিঃগ্ৰাঃ - ভাৰতীয় সময়মতে আবেলি 3:50 বজাত ৷

আৰ্চাৰী : ভাৰতীয় দলটোৱে আৰ্চাৰীত দীপিকা কুমাৰীৰ নেতৃত্বত মহিলা দলৰ ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেল মেচখন খেলিবলৈ গৈ আছে ৷ ভাৰতৰ হৈ অংকিতা ভক্ত, ভজন কৌৰ আৰু দীপিকা কুমাৰী এই খেলখনত অংশগ্ৰহণ কৰিব ৷

  • মহিলা দল - আৰ্চাৰী - ভাৰতীয় সময় মতে সন্ধিয়া 5.45 বজাত ৷

সাঁতোৰ : ভাৰতৰ বাবে শ্ৰীহিৰ নটৰাজক পুৰুষৰ সাঁতোৰত আৰু ধনিধি দেসিংগুক মহিলাৰ ক্ষেত্ৰত দেখা যাব ৷

  • পুৰুষৰ 100 মিটাৰ বেকষ্ট্ৰোক (হিট 2): শ্ৰীহৰি নটৰাজ -- ভাৰতীয় সময় মতে আবেলি 3.16 বজাত ৷
  • মহিলাৰ 200 মিটাৰ ফ্ৰীষ্টাইল (হিট 1): ধিনিধি দেসিংগু -- ভাৰতীয় সময়মতে আবেলি 3.30 বজাত ৷

লগতে পঢ়ক : শ্বুটিঙত ভাৰতৰ দুৰ্বল আৰম্ভণি : অৰ্হতা ৰাউণ্ডৰ বাহিৰত ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দল - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.