ETV Bharat / sports

আই পি এল 2025 ৰ বাবে ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা সম্ভাৱ্য খেলুৱৈসকল - IPL 2025

IPL retention 2025 full list: আই পি এল 2025 ৰ বাবে 10 টা ফ্ৰেঞ্চাইজিৰ সম্ভাৱ্য ধাৰণ তালিকা জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

IPL 2025
এম এছ ধোনী আৰু ৰোহিত শৰ্মা (ANI Photo)
author img

By ETV Bharat Sports Team

Published : Oct 30, 2024, 5:20 PM IST

স্প’ৰ্টছ ডেস্ক: সমাগত আই পি এল 2025 ৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাবলৈ ধৰিছে অনুৰাগীসকলৰ উৎসাহ-উদ্দীপনাৰ লগতে উত্তেজনা ৷ 31 অক্টোবৰত হ’বলগা খেলুৱৈ ৰিটেনচনৰ পূৰ্বে দলবোৰে তেওঁলোকৰ কেপড খেলুৱৈসকলৰ তালিকা প্ৰকাশ কৰিবলৈ লৈছে ৷ য’ত আছে নতুন প্ৰতিভাৰ লগতে অভিজ্ঞ খেলুৱৈসকলো ।

আই পি এল পৰিচালনা পৰিষদে ফ্ৰেঞ্চাইজিসমূহৰ বাবে তেওঁলোকৰ কেপড খেলুৱৈৰ তালিকা দাখিল কৰাৰ অন্তিমটো দিন হিচাপে নিৰ্ধাৰণ কৰিছে 31 অক্টোবৰৰ তাৰিখটো ।

যিহেতু ফ্ৰেঞ্চাইজিবোৰে তেওঁলোকৰ ৰণনীতি ইতিমধ্যে গঢ়ি তুলিছে, তেনেক্ষেত্ৰত চেন্নাই চুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই) দৰে দলসমূহৰ সৈতে এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ দৰে শীৰ্ষ ক্ৰিকেটাৰসকল জড়িত থকাৰ সম্ভাৱনা আছে ।

আই পি এল পৰিচালনা পৰিষদে 2025-27 ছিজনৰ বাবে খেলুৱৈৰ ক্ষেত্ৰত জাৰি কৰা নিয়ম প্ৰকাশ কৰাৰ এমাহৰো অধিক সময়ৰ পিছত বি চি চি আইয়ে প্ৰতিটো দলক ৰাইট টু মেচ (আৰ টি এম) কাৰ্ডৰ জৰিয়তে পোনপটীয়াকৈ সৰ্বাধিক 6 জন খেলুৱৈক দলত ৰাখিবলৈ অনুমতি প্ৰদান কৰে ৷

দলবোৰে সৰ্বাধিক 5 জন কেপড খেলুৱৈ ৰাখিব পাৰে, যাৰ ভিতৰত আছে ভাৰতীয় আৰু বিদেশী উভয়েই । দলটোৱে 2 জনলৈকে আনকেপড খেলুৱৈ ৰাখিব পাৰে ৷ সেয়েহে সৰ্বাধিক সংখ্যক খেলুৱৈ ৰখাৰ অৰ্থ হৈছে যে ফ্ৰেঞ্চাইজিয়ে নিলামত কমসংখ্যক পাৰ্চ ল'ব ।

আই পি এলৰ সম্পূৰ্ণ ৰাইট টু মেচ তালিকাখন প্ৰকাশ পোৱাৰ পূৰ্বে প্ৰতিটো ফ্ৰেঞ্চাইজিৰ সাম্ভাব্য বিকল্পবোৰ চাওঁক এনেধৰণৰ:

  • গুজৰাট টাইটানছ

2022 চনৰ চেম্পিয়নছ দলটোৱে যুৱ তাৰকাসকলৰ নেতৃত্বত এটা মূল গোট বজাই ৰখাৰ লক্ষ্য আগত ৰাখিছে

শুভমন গিল

ৰছিদ খান

সাই সুদৰ্শন

শ্বাহৰুখ খান

ৰাহুল তেৱাটিয়া (সম্ভৱতঃ ৰাইট টু মেচ (আৰ টি এম) বিকল্প ব্যৱহাৰ কৰি)

  • লক্ষ্ণৌ চুপাৰ জায়েণ্টছ

এল এছ জিয়ে তেওঁলোকৰ অধিনায়ক কে এল ৰাহুলক মুকলি কৰিব পাৰে ৷ যাৰ ফলত তেওঁ নিলামত উপলব্ধ হ’ব পাৰে । সেয়েহে ধাৰণ তালিকাখন এনেধৰণৰ হ'ব পাৰে-

নিক’লাছ পুৰাণ

ময়ংক যাদৱ

আয়ুষ বাডোনি

ৰবি বিষ্ণৈই (আৰ টি এম)

  • মুম্বাই ইণ্ডিয়ানছ

আই পি এলৰ আটাইতকৈ সফল দল মুম্বাই ইণ্ডিয়ানছে এক শক্তিশালী লাইন আপ বজাই ৰাখিব বিচাৰিছে ।

ৰোহিত শৰ্মা

হাৰ্দিক পাণ্ডিয়া

যশপ্ৰীত বুমৰাহ

সূৰ্যকুমাৰ যাদৱ

নেহাল ৱাধেৰা বা আকাশ মাধৱাল (আনকেপড খেলুৱৈ)

  • চেন্নাই চুপাৰ কিংছ

চি এছ কে-ৰ বাবে অনুৰাগীসকলে এম এছ ধোনীক চেপকত পুনৰ খেলি থকা চাব বিচাৰিব ৷ কিয়নো প্ৰাক্তন অধিনায়কজনে কৈছে যে তেওঁ তেওঁৰ বাকী থকা ক্ৰিকেট উপভোগ কৰিব বিচাৰে । সেয়েহে তেওঁ এজন সম্ভাৱ্য আনকেপড খেলুৱৈ, যি যোৱা 5 বছৰত কোনো আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই । অন্যান্য সাম্ভাৱ্য ধাৰণ থাকিব পাৰে ।

ৰুতুৰাজ গায়কোৱাড়

ৰবীন্দ্ৰ জাদেজা

ৰাচিন ৰবীন্দ্ৰ (সম্ভৱতঃ)

মাথিশা পাথিৰানা

এম এছ ধোনী (আনকেপড)

  • ছানৰাইজাৰ্ছ হায়দৰাবাদ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্য হৈছে তেওঁলোকৰ লাইন আপত আন্তৰ্জাতিক মানদণ্ডৰ এক আভাস অনা, যাৰ ভিতৰত আছে ধাৰণৰ তলৰ সম্ভাৱ্য খেলুৱৈসকল ।

পেট কামিন্স

হেনৰিখ ক্লাসেন

অভিষেক শৰ্মা

ট্ৰেভিছ হেড

আব্দুল চামাদ

ভূৱনেশ্বৰ কুমাৰ

  • ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুই অভিজ্ঞ বেটছমেন বিৰাট কোহলীক ধৰি ৰাখিব, যি তিনি বছৰৰ ব্যৱধানৰ পিছত উভতি অহাৰ সম্ভাৱনা আছে ৷

বিৰাট কোহলী

উইল জেকচ

মহম্মদ চিৰাজ

যশ দয়াল (আৰ টি এম)

  • দিল্লী কেপিটেলছ

দিল্লী কেপিটেলছে ঋষভ পন্তক লৈ এক দ্বিধাত আছে ৷ যিয়ে নিলামত অংশগ্ৰহণ কৰিব বিচাৰে বুলি জনা গৈছে । অৱশ্যে ফ্ৰেঞ্চাইজিয়ে আন মুখ্য খেলুৱৈসকলক ধৰি ৰাখিব পাৰে ।

কুলদীপ যাদৱ

অক্ষৰ পেটেল

  • কলকাতা নাইট ৰাইডাৰ্ছ

বৰ্তমানৰ আই পি এল চেম্পিয়ন কে কে আৰে এই খেলুৱৈসকলক ধৰি ৰাখিব পাৰে ।

সুনীল নাৰিন

ৰহমান উল্লাহ গুৰবাজ

ৰিংকু সিং

হৰ্ষিত ৰাণা

শ্ৰেয়ছ আয়াৰৰ সৈতে আলোচনা চলি আছে ৷ যিহেতু কে কে আৰ মেনেজমেণ্টে লাইন আপত তেওঁলোকৰ স্থিতি মূল্যায়ন কৰিছে ।

  • পাঞ্জাৱ কিংছ

পাঞ্জাৱ কিংছে পোনপটীয়াকৈ ধৰি ৰখাৰ পৰিৱৰ্তে আৰ টি এম ৰণনীতি বাছনি কৰিব পাৰে, য'ত অৰ্শদীপ সিং এজন সম্ভাৱ্য খেলুৱৈ হ'ব পাৰে । অৱশ্যে, তেওঁলোকে শশাংক সিং আৰু আশুতোষ শৰ্মাৰ দৰে কিছুমান আনকেপড খেলুৱৈক ধৰি ৰখাৰ পূৰ্ণ সম্ভাৱনা আছে ।

  • ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ জছ বাটলাৰৰ আঘাতক লৈ চিন্তিত ৷ সেয়েহে তেওঁৰ ধৰি ৰখাটো অনিশ্চিত । সাম্ভাব্য খেলুৱৈসকলৰ ভিতৰত আছে

সঞ্জু ছেমচন

যশস্বী জয়ছোৱাল

ৰিয়ান পৰাগ

ট্ৰেণ্ট ব'ল্ট

জছ বাটলাৰ

লগতে পঢ়ক: কি কি নীতি প্ৰযোজ্য হ’ব আই পি এল 2025 ৰ ৰিটেনছনত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.