পৰিয়ালৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন তামান্না ভাটিয়াৰ; চাওক ফটো - Tamannaah Bhatia Kamakhya Temple

Tamannaah Visit to Kamakhya Mandir : দক্ষিণ আৰু বলীউড উদ্যোগত উৎকৃষ্ট অভিনয়ৰে নিজৰ নাম উজলাই তোলা সুন্দৰী অভিনেত্ৰী তামান্না ভাটিয়াই শেহতীয়াকৈ ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে ৷ দৰাচলতে শেহতীয়াকৈ অসমলৈ আহিছিল অভিনেত্ৰীগৰাকী ৷ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ সমগ্ৰ পৰিয়ালবৰ্গৰ সৈতে গুৱাহাটীলৈ আহিছিল তামান্না ৷

Published : Jan 25, 2024, 12:56 PM IST