ETV Bharat / lifestyle

আজি স্বাস্থ্যৰ যত্ন লওক এই ৰাশিৰ লোকে...আইনী কাগজ পত্ৰত চহী কৰোঁতে হওক সাৱধান...চাওক আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 14TH OCTOBER

আজি ৰাশি সলনি কৰি কুম্ভ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 14th October 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : Oct 14, 2024, 12:34 AM IST

মেষ ৰাশি: বন্ধুৰ লগত সময় কটাব পাৰে ৷ বন্ধুৰ পৰা উপহাৰ লাভ কৰিব ৷ নতুন সম্বন্ধই ভৱিষ্যতে ভাল ফল দেখুৱাব ৷ সন্তানৰ কামত মন দিয়াত তেওলোকে ভাল ফল দেখুৱাব ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷

বৃষ ৰাশি: চাকৰি কৰাসকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব বা পুৰস্কাৰ লাভৰ সময় ৷ পূৰ্বে হৈ নুঠা কামবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব ৷ বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফলতা লাভ কৰিব ৷

মিথুন ৰাশি: সাৱধান ! নতুন আৰম্ভণি শুভ নহয় ৷ এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাৱ পৰিব ৷ পেটৰ সমস্যা আৰু আন শাৰীৰিক অসুবিধাই বিপদত পেলাব পাৰে ৷ ব্যৱসায়িক কামত সহকৰ্মী আৰু বচে আপোনাক অৱহেলা কৰিব পাৰে ৷ চকু ৰাখক,খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: গণেশে আপোনাক শান্তভাৱে থকাৰ পৰামৰ্শ দিছে ৷ পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদত পেলাব পাৰে ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷ মন্ত্ৰ পাঠ আৰু প্ৰাৰ্থনা আৰু আন ধৰ্মমূলক কামে মনক স্থিৰ কৰিব ৷

সিংহ ৰাশি: বৈবাহিক লোকসকলৰ মাজত মনোমালিন্যৰ সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ সংগীৰ শৰীৰ ভালে নাথাকিবও পাৰে ৷ ধৈয্য আৰু শান্ত হৈ থকাই আপোনাৰ বাবে এতিয়া প্ৰধান কাম ৷ অদৰকাৰী কাজিয়াৰ পৰা আঁতৰি থাকক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ বাবে বিপদত পৰিব পাৰে ৷ আইনী কাম কাজত ভাল ফল নাপাবও পাৰে ৷ সামাজিক কামত আপোনাক অপবাদ দিয়া হব পাৰে ৷

কন্যা ৰাশি: এই দিনটো আপোনাৰ বাবে শিহৰণকাৰী দিন ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিবেশে আপোনালৈ বাট চাই আছে ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয় দিব পাৰিব ৷ সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বিবাহিত মহিলাসকলে মাতৃগৃহৰ পৰা ভাল বাৰ্তা লাভ কৰিব ৷ সহজতে ক’বলৈ গ’লে খৰচ কমাওক তেতিয়া শেষলৈকে ভোগ কৰিবলৈ পাব ৷

তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ সন্তানৰ পৰিবেশনে আপোনাক অলপ চিন্তাত পেলাব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকল কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ৷ দূৰ ভ্ৰমণত নোযোৱাই ভাল আৰু অযথা তৰ্ক বিতৰ্ক এৰাই চলক ৷ সামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হব ,যদিহে আজি আৰম্ভ কৰে ৷ দিনৰ শেষত অলপ ভাল আছে, আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷

বৃশ্চিক ৰাশি: অত্যধিক কামৰ বোজা আজি আপোনাৰ মূল মন্ত্ৰ হ’ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধীয় সকলেও আপোনাক নিৰাশ কৰিব ৷ ধনৰ দিশৰ পৰাও ইমান ভাল নহয়, ধনৰ লোকচান হ’ব পাৰে ৷ আইনী কাগজ পত্ৰত চহী কৰাৰ পৰা আজি আঁতৰি থাকক, অথবা দুবাৰ ভাবক ৷ যি কি নহওক আজি আপোনাৰ বাবে বৰ বিশেষ এটা ভাল দিন নহয়, কিন্তু এয়াই জীৱন !

ধনু ৰাশি: পৰিয়াল, বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভণিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ দৈবিক শক্তিৰ প্ৰভাৱ আপুনি অনুভৱ কৰিব পাৰিব ৷ সামাজিক জীৱনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আজি আপুনি কোনো কাৰণত পৰিয়ালৰ লোক বা প্ৰিয়জনক দুখী কৰি তুলিব পাৰে ৷ সেয়ে মিঠা মাতে আপোনাৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰক ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ ষ্টক আৰু শ্বেয়াৰ কিনিব পাৰে, সফল হ’ব ৷ শৰীৰ ভালে থাকিব কেৱল চকুৱে দিগদাৰ দিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত আৰু কষ্ট কৰিব লাগিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা শুভ দিন ৷ মানসিক, শাৰীৰিক আৰু ধৰ্মীয় ভাৱে নিজকে সজীৱ অনুভৱ ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে আৰু উপহাৰৰ আদান প্ৰদান কৰিব পাৰে ৷

মীন ৰাশি: লোভ শৰীৰৰ বাবে ভাল নহয় ৷ ভৌতিক বস্তু লাভৰ বাবে পৰিবেশ সুগম নহয় ৷ নতুন কামত সদ্যহতে ধন নলগোৱাই ভাল ৷ সম্পতি আপোনাৰ হাতৰ পৰা পিচলি যাব পাৰে ৷ শৰীৰ ভালে নাযাব আৰু মনোযোগ বিচ্ছিন্ন হ’ব পাৰে ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷ আপুনি নভবাকৈ ই আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.