ETV Bharat / lifestyle

নৱৰাত্ৰিৰ সপ্তম দিনা পৰিধান কৰক মহাকালীৰ এই প্ৰিয় ৰঙৰ বস্ত্ৰ

আজি নৱৰাত্ৰিৰ সপ্তমটো দিন ৷ আজিৰ বিশেষ ৰং হৈছে নীলা গতিকে এনে ক্ষেত্ৰত আপোনালোকে চেলেব্ৰিটিৰ এই লুকসমূহ আপুনিও অনুসৰণ কৰিব পাৰে-

author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

celebrity inspired dresses for colour Blue for day 7 of navaratri 2024
নৱৰাত্ৰিৰ সপ্তম দিনা পৰিধান কৰক মহাকালীৰ এই প্ৰিয় ৰঙৰ বস্ত্ৰ (Etv Bharat)

নৱৰাত্ৰিৰ সপ্তম দিনত মা কালৰাত্ৰি অৰ্থাৎ মহাকালীৰ পূজা-অৰ্চনা কৰা হয় ৷ আজি দুৰ্গা দেৱীৰ এই বিক্ৰাল ৰূপক পূজা কৰা হয় আৰু ভক্তসকলে নিজৰ সমষ্ট দুখ দূৰ কৰিবলৈ মাৰ পৰা আশীৰ্বাদ বিচাৰে । মাৰ এই ৰূপৰ বিশেষত্ব হ’ল গভীৰ ৰাতিৰ দৰে ক’লা আৰু মাজনিশাৰ দৰে নীলা। সেয়ে আজিৰ দিনটোত নীলা ৰঙৰ বিশেষ গুৰুত্ব আছে ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বলীউডৰ মোহময়ী অভিনেত্ৰীসকলে পৰিধান কৰা নীলা ৰঙৰ পোচাকৰ এনে কিছুমান বিকল্প যাক আপুনিও অনুসৰণৰ কৰিব পাৰে-

সোহা আলী খানৰ চাদৰ মেখেলাৰ গাউন লুক

celebrity inspired dresses for colour Blue for day 7 of navaratri 2024
সোহা আলী খানৰ চাদৰ মেখেলাৰ গাউন লুক (Instagram)

যদি এইবাৰ নৱৰাত্ৰিত এটি নতুন লুক বিচাৰিছে তেন্তে অভিনেত্ৰী সোহা আলী খানৰ দৰে চাদৰ মেখেলাৰ সৈতে আপুনিও এক্সপেৰিমেন্ট কৰিব পাৰে ৷ ফেশ্বন ডিজাইনাৰ তথা অসম সন্তান সংযুক্তা দত্তই ডিজাইন কৰা এই চাদৰ মেখেলাৰ গাউন নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷

কাজলৰ বেনাৰসী চিল্ক শাৰীৰ লুক

কাজলৰ বেনাৰসী চিল্ক শাৰীৰ লুক (Instagram)

শাৰী পৰিধান কৰিলে প্ৰত্যেক মহিলাকে ধুনীয়া দেখি ৷ সেয়ে আজি নৱৰাত্ৰিৰ পূজাত আপুনি অভিনেত্ৰী কাজলৰ দৰে স্লীভলেচ ব্লাউজৰ সৈতে ৰিগেল ব্লু হেণ্ডলুম বেনাৰসী চিল্ক শাৰীৰ সৈতে পোটলি বেগৰ এই ষ্টাইল অনুসৰণ কৰিব পাৰে ৷

অদিতি ৰাও হাইদৰীৰ নীলা শ্বাৰাৰা লুক

অদিতি ৰাও হাইদৰীৰ নীলা শ্বাৰাৰা লুক (Instagram)

অভিনেত্ৰী অদিতি ৰাও হাইদৰীৰ দৰে আপুনি নীলা ৰঙৰ শ্বাৰাৰা নৱৰাত্ৰিত পৰিধান পাৰে ৷ ই আপোনাক এক ৰয়েল লুক প্ৰদান কৰিব ৷

অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ড্ৰেপিং শাৰীৰ লুক

অভিনেত্ৰী মাধুৰী দীক্ষিতৰ ড্ৰেপিং শাৰীৰ লুক (Instagram)

নৱৰাত্ৰিত যদি আপুনি কোনো আৰামদায়ক বস্ত্ৰ পৰিধান কৰিব বিচাৰিছে তেন্তে অভিনেত্ৰী মাধুৰী দীক্ষিত এই ড্ৰেপিং শাৰীৰ লুক আপোনাৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷ এনে শাৰী পৰিধান কৰি আপুনি দীৰ্ঘ সময়লৈকে অতি আৰামেৰে নৱৰাত্ৰিৰ আনন্দ উপভোগ কৰিৰ পাৰে ৷

জাহ্নৱী কাপুৰৰ কটন চিল্ক ৰয়েল ব্লু শাৰীৰ লুক

জাহ্নৱী কাপুৰৰ কটন চিল্ক ৰয়েল ব্লু শাৰীৰ লুক (Instagram)

নৱৰাত্ৰিত যদি আপুনি এটি পাৰম্পৰিক লুক ক্ৰিয়েট কৰিব বিচাৰিছে তেন্তে অভিনেত্ৰী জাহ্নৱী কাপুৰৰ এই কটন চিল্ক ৰয়েল ব্লু ৰঙৰ শাৰীৰ সৈতে ঝুমকা আৰু গজৰাৰ এই লুক অনুসৰণ কৰিব পাৰে ৷

লগতে পঢ়ক: নৱৰাত্ৰিৰ পঞ্চম দিনত চেলেব্ৰিটিৰ এই লুকেৰে সজাই তোলক নিজকে - Navratri Day 5 Colour

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.