ETV Bharat / health

শিৱভক্তসকলে অঘোৰ চতুৰ্দশীৰ দিনটোত কৰক এই কাম কৰি লাভ কৰক শুভফল - Aghora Chaturdashi Festival

author img

By ETV Bharat Features Team

Published : Sep 1, 2024, 3:29 PM IST

Astro Tips: আজি অঘোৰ চতুৰ্দশী । কোনসকল লোকৰ বাবে অঘোৰ চতুৰ্দশীৰ দিনটো বিশেষ ? অঘোৰ চতুৰ্দশীৰ দিনটোত কি কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষী ড৹ পৰশ মণি শৰ্মাই ।

Astro tips
শিৱভক্তসকলে অঘোৰ চতুৰ্দশীৰ দিনটোত কৰক এই কাম কৰি লাভ কৰক শুভফল (ETV Bharat Assam)

আজি পৰা আৰম্ভ হৈছে অঘোৰ চতুৰ্দশী ৷ মহাদেৱ শিৱৰ ১৯টা অৱতাৰৰ ভিতৰত এটা অন্যতম চমৎকাৰী অৱতাৰ হৈছে অঘোৰ অৱতাৰ ৷ অঘোৰ শব্দৰ অৰ্থাৎ তেওঁৰ কোনো বস্তুৰ লগত তেওঁৰ সংস্পৰ্থলৈ নহা ৷ যেনেদৰে পদুম ফুল এপাহ পানীত থকাৰ পাছতো পানী স্পৰ্শ নকৰে ঠিক তেনেদৰে শিৱও সকলো মায়ামোহৰ মাজত থাকিও তেওঁৰ কৰো লগতে সংস্পৰ্শ নাথাকে ৷ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিটো অৰ্থাৎ ৩১ আগষ্টৰ নিশা ৩.৪১ মিনিটৰ পৰা ২ ছেপ্টেম্বৰ পুৱা ৫.২২ ছেকেণ্ডলৈ লাগিব ৷

জ্যোতিষী ড৹ পৰশ মণি শৰ্মা (WHAT SHOULD BE THE ROUTINE OF A SHIVA DEVOTEE ON AGHORA CHATURDASHI FESTIVAL ?)

কোনসকল লোকৰ বাবে অঘোৰ চতুৰ্দশীৰ দিনটো বিশেষ

যিবোৰ লোকৰ পিতৃদোষ আছে তেওঁলোকে বাবে এই দিনটো বিশেষ ৷ লগতে যিসকল লোকৰ ঘৰত বস্তুদোষ আছে তেওঁলোকৰ বাবেও অঘোৰ চতুৰ্দশীৰ দিনটো বিশেষ লগতে যি সকলৰ ঘৰত নিগেটিভিটি আছে তেওঁলোকৰ বাবেও এই দিনটো বিশেষ ৷

অঘোৰ চতুৰ্দশীৰ দিনটোত কি কৰিব ?

১) যিসকল লোকৰ পিতৃদোষ বা পিতৃঋণ আছে তেওঁলোকে অঘোৰ চতুৰ্দশীৰ দিনাখন তেওঁলোকে তিল, চাউল আৰু পানী একেলগে মিহলি কৰি কাউৰীক দিব ৷ লগতে সেই তিল-চাউল আৰু পানীলৈ সূৰ্য অৰ্ঘ দিব পাৰে তেতিয়াও ভাল ৷

২) যদিহে আপোনাৰ ঘৰত নেতিবাচক চিন্তা বাঢ়ি গৈছে বা ব্লেক মেজিক আছে তেতিয়া আজিৰ দিনটোত বগা ভিনেগাৰ আৰু নিমখেৰে ঘৰ মচিব পাৰে ৷ লগতে সন্ধিয়া সময়ত দুই গছি ঘিউৰ চাকিত অকমান তিল ঘৰৰ পদূলিত দিব পাৰে ৷

৩) সন্তানহীনতাত ভোগা দম্পতি সকলে আজিৰ দিনটোত শিৱ মন্দিৰত গৈ শৰাই আগবঢ়াই লগতে শিৱ লিংগত ৫ বিধ সামগ্রী দিব পাৰিলে ভাল ৷ পাঁচবিধ সামগ্রীৰ ভিতৰত -বাঘৰ বৰণৰ কাপোৰ, এপাত ত্ৰিশূল লগতে ত্ৰিশূল ডালত এটা ডম্বৰু ৰঙা কাপোৰেৰে মেৰিয়াই দিব লাগে লগতে চিলিম আৰু ৰুদ্ৰাক্ষৰ মালা দিব লাগে ৷ লগতে ১০৮ টা বেলপাত আৰু সেই বেলপাত ৰঙা বা বগা চন্দনৰ ফোঁট দি শিৱ লিংগত দিব পাৰে ৷ইয়াৰোপৰি শিৱ লিংগত ৰুদ্ৰ অভিষেক নতুবা পঞ্চ-অমৃতৰ দ্বাৰা অভিষেক কৰিব পাৰিলে ভাল ৷

৪) এই সময়ছোৱাত ১০৮ বাৰ ঔমঃ নমঃ শিৱায় নহলে মহা মৃত্যুঞ্জয়ৰ মন্ত্ৰৰ লগতে শিৱ গায়ত্ৰী মন্ত্ৰ পাঠ কৰিব পাৰিলেও ভাল ফল লাভ কৰা যায় ৷

৫) ৯ বছৰৰ তলৰ কোনো শিশুক অন্ন খুৱাব পাৰিলেও ভাল ফল লাভ কৰা যায় ৷

৬) ৰাস্তাত ঘূৰি ফুৰা ষাড় গৰুক কল আৰু আলু দিব পাৰিলেও ভাল ফল পোৱা যায় ৷

৭) বহুতে শ্মশানত গৈ শিৱ আৰধনা কৰা দেখা যায় ৷

৮) শ্মশানত গৈ দক্ষিণ দিশত তেলৰ চাকি জ্বলাব পাৰে ৷

লগতে পঢ়ক: এইকেইটা সৰু উপায়ে আপোনাৰ সন্তানৰ পঢ়া-শুনাত মনোযোগ বৃদ্ধিত কৰিব সহায় - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.