ETV Bharat / health

ইন্টাৰভিউ দিবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম - Astro Tips

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:17 PM IST

Astro Tips: আপুনি ইন্টাৰভিউ দিবলৈ গৈ আছে নেকি ? যদিহে কিবা গুৰুত্বপূৰ্ণ ইণ্টাৰভিউ আছে তেন্তে ইন্টাৰভিউ দিবলৈ যোৱাৰ পূৰ্বে নিশ্চয়কৈ কৰক এইসমূহ কাম । এই সন্দৰ্ভত আজি জ্যোতিষী ড৹ পৰশ মণি শৰ্মাৰ পৰা জানি লওক-

Astro tips
ইন্টাৰভিউ দিবলৈ যোৱাৰ আগতে কৰক এই কাম (FREEPIK)

গুৱাহাটী, 9 জুলাই: চৰকাৰী বা বেচৰকাৰী কিবা ইণ্টাৰভিউ আদি যদি দিবলৈ যায় তেন্তে এই কেইটা কাম কৰি যাবলৈ নাপাহৰিব-

জ্যোতিষী ড৹ পৰশ মণি শৰ্মা (ETV Bharat)

১) ইণ্টাৰভিউ দিবলৈ আপুনি যেতিয়া যাব তেতিয়া কিবা মিঠা বস্তু মুখত লৈ যাব ৷ বহুতে শুভ কামত ওলাই গ'লে দৈ-চেনি খাই যায় ৷ তেনেদৰে দৈ-চেনি, গুৰ, মৌ আদিৰ দৰে যিকোনো মিঠা বস্তু মুখত লৈ যাব ৷

২) ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাব তেতিয়া প্ৰথমে সো-ভৰিখন আগত দিব ৷

৩) ইণ্টাৰভিউৰ দিনা গা ধোৱা পানীত অকমান কফি পাউদাৰ মিহলি কৰি গা ধুব পাৰিলে শুভফল লাভ কৰিব ৷

৪) ইণ্টাৰভিউৰ কাৰণে যেতিয়া ওলাই যাব সেইখিনি সময়ত সদায় গণেশ ভগৱানত প্ৰাৰ্থনা কৰি যাব ৷ গণেশক প্ৰাৰ্থনা কৰিলে যিখিনি বাধা থাকে সেই বাধা দূৰ হয় ৷

৫) ইণ্টাৰভিউ দিয়া স্থানলৈ গৈ থকাৰ সময়ত তিনিটা শব্দ ক'ব ৷ সেই শব্দকেইটা হৈছে I am successful অৰ্থাৎ 'মই সফল' ৷ এই শব্দ কেইটা যিমানবাৰ আওৰাব পাৰে সিমানে আপোনাৰ বাবে ভাল ৷

এই কেইটা কাম যদি আপুনি ইণ্টাৰভিউ দিব যোৱাৰ পূৰ্বে কৰে তেন্তে আপুনি নিশ্চয় সফল হ'ব ৷ বহু সময়ত দেখা যায় কিছু বাধাৰ বাবে বহুতে বাৰে বাৰে যিকোনো ইণ্টাৰভিউ আদিত বহে যদিও সেই সমূহত সফলতা পোৱা দেখা যায় ৷

কেতিয়াবা কিবা সৰু-সুৰা কামৰ বাবে বা কোনো সৰু কাৰণৰ বাবে আপুনি বাৰে বাৰে বিফল হ'ব লগীয়া হোৱা পৰিলক্ষিত হয় ৷ এইক্ষেত্ৰত আপুনি যদি এইকেইটা কাম কৰিব পাৰে তেন্তে নিশ্চিতভাৱে এইসমূহ বাধা আঁতৰোৱাত সহায় হ'ব আৰু আপুনি সফলতা লাভ কৰিব ৷

লগতে পঢ়ক: শাহু-বোৱাৰীৰ মাজৰ সম্পর্ক কেনেদৰে কৰিব মধুৰ ? অৱলম্বন কৰক এই উপায় - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.