ETV Bharat / health

অনবৰতে কান্দি থকা লোকৰ বাবে সুখবৰ ! - Benefits of Crying

Benefits of crying: কান্দোনক আমি সকলোৱে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো । কিন্তু আপুনি জানেনে যে কান্দিলে আমাৰ শৰীৰে কিমান উপকাৰিতা লাভ কৰে ৷ শেহতীয়া অধ্যয়নত প্ৰমাণিত হৈছে এই তথ্য-

Benefits of crying: Is crying beneficial to our health?
অনবৰতে কান্দি থকা লোকৰ বাবে সুখবৰ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 9:37 PM IST

কান্দোন, যাক আমি সকলোৱে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো ৷ কিন্তু প্ৰকৃততে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে খুব বিশেষভাৱে সম্পৰ্কিত হৈ আছে কান্দোন ৷ যেতিয়াই আমাৰ কোনো কথাত দুখ লাগে, মনত আঘাত পালে বা অন্য কাৰণত আমি কান্দিলে শান্তিলাভ কৰো ৷ কিন্তু কিছুমান এনে লোকো আছে যিয়ে অকাৰণে কান্দিবলৈ আৰম্ভ কৰে ৷ কিন্তু আমি যদি কও যে কন্দাৰ বহু উপকাৰিতা আছে তেন্তে আপুনি বিশ্বাস কৰিবনে ?

শেহতীয়া এক অধ্যয়নত প্ৰমাণিত হৈছে যে, কান্দোনে আমাক এই মানৱ অভিব্যক্তিৰ গুৰুত্ব বুজিবলৈ প্ৰেৰিত কৰে ৷ এই অধ্যয়নত পোহৰলৈ অহা কান্দোনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

১. মানসিক চাপ দূৰ কৰে

চকুপানী ওলোৱাৰ ফলত আমাৰ শৰীৰত থকা কৰ্টিচোলৰ স্তৰ হ্ৰাস হয় ৷ কৰ্টিচোল হৈছে এনে হৰমন, যিয়ে চাপ হ্ৰাস কৰে ৷

২. আৱেগিক স্বাস্থ্য উন্নত কৰে

কান্দিলে গভীৰ দুখ, শোকৰ দৰে অনুভূতিবোৰ স্বাভাৱিক হয় ৷ যাৰ ফলত আৱেগিক ভাৰসাম্য আৰু সহনশীলতা উন্নত হ'ব পাৰে ৷

৩. শাৰীৰিক স্বাস্থ্য উন্নত কৰে

কান্দিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয় ৷ যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্য উন্নত হয় ৷

৪. সম্পৰ্ক হয় শক্তিশালী

চকুপানী ওলোৱাৰ দ্বাৰা আমি আমাৰ অনুভূতিৰ প্ৰকৃততাক স্বীকাৰ কৰো, যি আমাৰ প্ৰিয়জন আৰু পৰিয়ালৰ অংশীদাৰসকলক আমাৰ প্ৰতি সংবেদনশীল হয় আৰু আমাক সমৰ্থন কৰিব পাৰে ৷

৫. সামগ্ৰিক বিকাশ

কান্দোনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে, যিয়ে মানসিক বিকাৰৰ আশংকা হ্ৰাস কৰিব পাৰে ৷ সামাজিক সন্মানৰ বিপৰীতে, কান্দোন হৈছে মানৱ আৱেগৰ এক প্ৰাকৃতিক আৰু গুৰুত্বপূৰ্ণ অংশ, যিয়ে আমাক আমাৰ আৱেগ গ্ৰহণ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ যাৰ ফলত আমাৰ সামগ্ৰিক বিকাশ হয় ৷

লগতে পঢ়ক: সম্পৰ্কত প্ৰেম বৃদ্ধি কৰিবলৈ নিঃসংকোচে আপোনাৰ সংগীক কওক এই ৬টা মিছাকথা - Relationship Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.