ETV Bharat / entertainment

পাঠান-জৱানময় জি চিনে এৱাৰ্ড, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:03 PM IST

Zee Cine Awards 2024: দেওবাৰৰ সন্ধিয়া মুম্বাইত অনুষ্ঠিত হৈছিল জি চিনে এৱাৰ্ড ২০২৪ । বি টাউনৰ সকলো ডাঙৰ তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । আনহাতে শ্বাহৰুখ খানৰ ছবি পাঠান আৰু জৱানে সৰ্বাধিক বঁটা লাভ কৰে ।

Zee Cine Awards 2024 winner full list here
জি চিনে এৱাৰ্ড 2024 বিজয়ীৰ তালিকা

চিটাৰা ডেস্ক, ১১ মাৰ্চ: দেওবাৰে মুম্বাইত অনুষ্ঠিত হয় জি চিনে এৱাৰ্ড ২০২৪ । এই বঁটা প্ৰদান অনুষ্ঠানত বলীউডৰ বহু ডাঙৰ ডাঙৰ তাৰকাৰ সমাগম ঘটে । অনুষ্ঠানত শ্বাহৰুখ খান, ছানী দেওল, আলিয়া ভাট, কিয়াৰা আদৱানীকে ধৰি সকলো তাৰকাকে ভিন্ন ৰূপত দেখা গৈছিল । জি চিনে এৱাৰ্ড ২০২৪ত কোন তাৰকাই কি শিতানত বঁটা লাভ কৰিছে ? জানো আহক বিজয়ীৰ সম্পূৰ্ণ তালিকা ৷

ট্ৰফী লৈ পোজ কিয়াৰাৰ

সোমবাৰে কিয়াৰা আদৱানীয়ে এই অনুষ্ঠানৰ পৰা নিজৰ আৰু ৰাণী মুখাৰ্জীৰ এখন ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । ফটোখনত দুয়োগৰাকী অভিনেত্ৰীয়ে নিজৰ ট্ৰফী প্ৰদৰ্শন কৰা দেখা গৈছে ।

এই ফটোখনৰ লগতে কিয়াৰাই কেপচনত লিখিছে, “মোৰ প্ৰিয় অভিনেত্ৰীৰ সৈতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ জয় কৰা । মোক Best Actress Audience Choice ৰে সন্মান জনোৱাৰ বাবে Zee Cinema Awards লৈ ধন্যবাদ জ্ঞাপন কৰিলো ৷ দৰ্শকৰ মৰমতকৈ ডাঙৰ জয় নাই, আপোনালোক সকলোকে ধন্যবাদ জনাইছো যিয়ে মোক ভোট দিছে আৰু কথাক হৃদয়ত স্থান দিছে ।’’

কাৰ্তিক আৰিয়ানেও নিজৰ ট্ৰফী প্ৰদৰ্শন কৰে

কাৰ্তিক আৰিয়ানে বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ বঁটা লাভ কৰে । অভিনেতাজনে ট্ৰফীৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰাৰ লগতে হৃদয়স্পৰ্শী কেপচনো লিখিছে ৷

জি চিনে বঁটা ২০২৪ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা

শ্ৰেষ্ঠ অভিনেতা (জনপ্ৰিয়): জৱান আৰু পাঠানৰ বাবে শ্বাহৰুখ খান

শ্ৰেষ্ঠ অভিনেতা (দৰ্শকৰ পছন্দ): গদৰ ২ৰ বাবে ছানী দেওল

শ্ৰেষ্ঠ অভিনেত্ৰী (জনপ্ৰিয়): মিচেছ চেটাৰ্জী বাৰ্চেজ নৰৱেৰ বাবে ৰাণী মুখাৰ্জী

শ্ৰেষ্ঠ অভিনেত্ৰী (দৰ্শকৰ পছন্দ): ‘সত্যপ্ৰেম কি কথা’ৰ বাবে বাবে কিয়াৰা আদৱানী

বেষ্ট পাৰ্ফমাৰ অৱ দ্য ইয়েৰ (পুৰুষ): সত্যপ্ৰেম কি কথাৰ বাবে কাৰ্তিক আৰিয়ান

বেষ্ট পাৰ্ফমাৰ অৱ দ্য ইয়েৰ (মহিলা): খো গয়ে হম কাহাৰ বাবে অনন্যা পাণ্ডে

শ্ৰেষ্ঠ ছবি - জৱান

শ্ৰেষ্ঠ সংগীত- জৱান

বেষ্ট বিএফএক্স- ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট (জৱান)

শ্ৰেষ্ঠ একশ্যন - স্পাইৰো ৰজাটৌচ, এনল অৰাচো, ক্ৰেগ মেক্ৰে আৰু দল (জৱান)

শ্ৰেষ্ঠ পটভূমি সংগীত- অনিৰুদ্ধ (জৱান)

শ্ৰেষ্ঠ সংগীত পৰিচালক- অনিৰুদ্ধ (জৱান)

শ্ৰেষ্ঠ সংলাপ-সমিত অৰোৰা (জৱান)

শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ) – অৰিজিত সিং (ঝুমে জো পাঠান – পাঠান)

শ্রেষ্ঠ গীত - কুমাৰ (চালেয়া - জৱান)

শ্ৰেষ্ঠ কোৰিঅ’গ্ৰাফী - বস্কো মাৰ্টিছ (ঝুমে জো পাঠান - পাঠান)

শ্ৰেষ্ঠ সাজ-পোছাকৰ ডিজাইন – মনীষ মালহোত্ৰা (ৰকি অৰ ৰাণী কি প্ৰেম কাহানী)

শ্ৰেষ্ঠ কাহিনী – এটলী (জৱান)

শ্ৰেষ্ঠ প্লে বেক গায়িকা (মহিলা) - শিল্পা ৰাও (বেশৰাম ৰং - পাঠান)

লগতে পঢ়ক: অস্কাৰ ২০২৪ ত কোনে সৰ্বাধিক বঁটা লাভ কৰিছে ? বিজয়ীৰ সম্পূৰ্ণ তালিকা চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.