ETV Bharat / entertainment

SIIMA Awards 2024ৰ মনোনয়ন তালিকা প্ৰকাশ: জেইলাৰ, লিঅ’কে ধৰি এই ব্লকবাষ্টাৰ ছবিসমূহে কৰিলে স্থানলাভ - SIIMA Awards 2024 Nominations

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:40 AM IST

SIIMA Awards 2024 Nominations: ডুবাইত অনুষ্ঠিত হ’ব দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) ২০২৪ । শেহতীয়াকৈ এই বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হৈছে । লগতে এই অনুষ্ঠানৰ তাৰিখো প্ৰকাশ কৰা হৈছে । এই মহান বঁটা প্ৰদান অনুষ্ঠান কেতিয়া হ'ব আৰু ইয়াৰ বাবে কাক মনোনীত কৰা হৈছে চাওক তালিকা-

SIIMA Awards 2024 Nominations Announcement, date and other details here
SIIMA Awards 2024ৰ মনোনয়ন তালিকা প্ৰকাশ: জেইলাৰ, লিঅ’কে ধৰি এই ব্লকবাষ্টাৰ ছবিসমূহে কৰিলে স্থানলাভ (ETV Bharat)

চিটাৰা ডেস্ক, 17 জুলাই: দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA)ৰ দ্বাদশ সংস্কৰণৰ জৰিয়তে দক্ষিণ ছবিজগতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক উদযাপন কৰিবলৈ সাজু হৈছে । ই বিশ্বৰ অনুৰাগীসকলক দক্ষিণ ভাৰতীয় তাৰকাৰ সৈতে সংযোগ কৰে । শেহতীয়াকৈ ইয়াৰ মনোনয়ন আৰু ইয়াৰ সৈতে জড়িত বহু তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে এই বঁটা প্ৰদান অনুষ্ঠান দেশত নহয় বিদেশতহে অনুষ্ঠিত হ’বলৈ গৈ আছে ।

মঙলবাৰে (১৬ জুলাই) দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চমুকৈ (SIIMA)-এ এই মনোনয়ন ঘোষণা কৰিছিল, য’ত চাৰিটা ভাষাৰ ছবিৰ নাম তথা শ্ৰেষ্ঠ অভিনেতাৰ তালিকা সন্নিবিষ্ট কৰা হৈছে । এইবাৰ ১৪ আৰু ১৫ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলৈ হৈ আছে দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান । এই মনোনয়নত চাৰিখন ব্লকবাষ্টাৰ ছবি অন্তৰ্ভুক্ত কৰা হৈছে । দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ মনোনয়নত আগবাঢ়ি আছে ছবি দশেৰা (তেলুগু), জেইলাৰ (তামিল), লিঅ’ (তামিল), কাটেৰা (কানাড়া), 2018 (মালয়ালম)।

তামিল ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে

১: জেইলাৰ

২: লিঅ'

৩: মামন্নন

৩: পনিয়িন চেলভান ২

৫: বিদুঠালাই ১

তেলুগু ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে

১: বালাগাম

২: বেবী

৩: ভগৱন্ত কেশৰী

৪: দশেৰা

৫: হায় নান্না

৬: বিৰূপাক্ষ

কানাড়া ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে

১: আচাৰ এণ্ড কোম্পানী

২: কাটেৰা

৩: কৌশল্যা সুপ্ৰজা ৰাম

৪: ক্ৰান্তি

৫: সপ্ত সাগৰদাচে এলো - চাইড এ

মালয়ালম ভাষাৰ শ্রেষ্ঠ চলচ্চিত্রৰ বাবে মনোনিত হৈছে

১: ইৰত্তা

২: কেথাল দ্য কোৰ

৩: নানাপাকল নেৰাথু মায়াক্কম

৪: নেৰু

৫: 2018

মুখ্য চৰিত্ৰত অভিনয় কৰা SIIMA 2024ৰ শ্ৰেষ্ঠ অভিনেতা– (তেলুগু)

১: বালকৃষ্ণ - ভগৱন্ত কেশৰী

২: চিৰঞ্জীৱী কনিডেলা - ৱালটাইৰ বীৰয়া

৩: ধনুষ - ছাৰ

৪: নানী - দশেৰা

৫: সাই দুৰ্গা তেজ – বিৰূপাক্ষ

মুখ্য চৰিত্ৰত অভিনয় কৰা SIIMA 2024ৰ শ্ৰেষ্ঠ অভিনেতা–(কানাড়া)

১: দৰ্শন থুগুদীপা শ্ৰীনিবাস - কটেৰা

২: ডলী ধনঞ্জয় - গুৰুদেৱ হয়ছালা

৩: ৰাজ বি শ্বেট্টি - টবী

৪: ৰমেশ আৰবিন্দ - শিৱাজী সুৰথকাল ২

৫: ৰক্ষিত শেট্টী - সপ্ত সাগৰদাচে এলোৱে চাইড এ

৬: ৰাজকুমাৰ- ঘোষ্ট

মুখ্য চৰিত্ৰত অভিনয় কৰা SIIMA 2024ৰ শ্ৰেষ্ঠ অভিনেতা –(তামিল)

১: ৰজনীকান্ত - জেইলাৰ

২: শিৱকাৰ্তিকেয়ন দ’স - মাবীৰণ

৩: সিদ্ধাৰ্থ - চিট্টা

৪: উধয়ানিধি ষ্টেলিন - মামান্নান

৫: বিক্ৰম - পনিয়িন চেলভান ২

৬: বিজয়- লিঅ’

মুখ্য চৰিত্ৰত অভিনয় কৰা SIIMA 2024ৰ শ্ৰেষ্ঠ অভিনেতা – (মালয়ালম)

১: বেচিল জোচেফ – কাদিনা কদোৰামী আন্দাকাদহাম

২: জোজু জৰ্জ - ইৰাট্টা

৩: মোহনলাল- নেৰু

৪: মামুটী - নানাপাকল নেৰাথু মায়াক্কম, কাইথাল দ্য কোৰ আৰু কান্নুৰ স্কোৱাড

৫: সুৰেশ গোপী - গৰুড়ন

৬: টভিনো থমাছ - 2018

লগতে পঢ়ক: ৰীল লাইফত নহয় ৰীয়েল লাইফত মানৱতাৰ নিদৰ্শন দেখুৱালে অভিনেতা অক্ষয় কুমাৰে - Akshay Kumar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.