ETV Bharat / entertainment

বক্স অফিচত ৰেকৰ্ড-ব্ৰেকিং অপেনিং ‘ক্ৰু’ৰ - Crew Box Office Day 2 - CREW BOX OFFICE DAY 2

Crew Box Office Day 2: 29 মাৰ্চত ছবিগৃহত মুক্তি পালে ক্ৰু ৱে ৷ ছবিখনে মুকলিৰ পিচতে বক্স অফিচত অভিলেখ গঢ়িছিল ৷ ছবিখনে শনিবাৰ তথা ইয়াৰ দ্বিতীয় দিনটোত পূৰ্বতককৈ অধিক ধন সংগ্ৰহ কৰে ৷ ছবিখনত টাবু, কৃতি ছেনন আৰু কৰীণা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

Crew Box Office Day 2
বক্স অফিচত ৰেকৰ্ড-ব্ৰেকিং অপেনিং ‘ক্ৰু’ ৰ
author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 2:28 PM IST

চিটাৰা ডেস্ক, 31 মাৰ্চ : শনিবাৰে কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৱে অভিনীত ছবি ক্ৰু ৱে দ্বিতীয় দিনা বক্স অফিচত সামান্য উত্থান দেখা গৈছে ৷ অৱশ্যে ই ছবিখনৰ প্ৰথম দৰ্শনীৰ ওপৰত নিৰ্ভৰ কৰিছে । ছবি বিশ্লেষক গোটে ভৱিষ্যতবাণী কৰা অনুসৰি, চিনেমাখনে মুক্তিৰ দ্বিতীয় দিনটোত প্ৰায় 10 কোটি টকা উপাৰ্জন কৰিব ।

ছবিখনৰ কেৱল গান আৰু ট্ৰেইলাৰৰ ওপৰতো দৰ্শতে ইতিবাচক সঁহাৰি জনাইছে ৷ ছবিখনে মুক্তিৰ দিনাই দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ লগতে, বক্স অফিচৰ অভিলেখ ভাঙিবলৈও সক্ষম হৈছে ৷

ছবিখনে দ্বিতীয় দিন মুঠ 9.60 কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে ৷ এই সংখ্য়া সংযোজন কৰিলে দুদিনত ছবিখনে 18.85 কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে । এই ছবিখন 9.25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ৷ এই সংখ্যা অনুসৰি জোৱান আৰু ফাইটাৰৰ পিছত বছৰটোৰ তৃতীয় সৰ্ববৃহৎ মূল্যত নিৰ্মাণ কৰা বুলি ছবি বুলি পৰিগণিত হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চাচপেন্স, কমেডী আৰু মনোৰঞ্জনেৰে ভৰা ছবিখন পৰিচালনা কৰিছে ৰাজেশ কৃষ্ণনে । ৰাজেশ কৃষ্ণনৰ পৰিচালনাত নিৰ্মিত ‘ক্ৰু’ ছবিখন বালাজী টেলিফিল্মছ, এ কে এফ চি আৰু কমিউনিকেচন নেটৱৰ্ক প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত অনিল কাপুৰ, শোভা কাপুৰ, একতা কাপুৰ আৰু ৰিয়া কাপুৰে প্ৰযোজনা কৰিছে ।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৱে । উল্লেখযোগ্য যে, দিলজিৎ দোছাঞ্জক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় । ইয়াৰ উপৰিও কপিল শৰ্মাৰ বিশেষ ভূমিকাও আছে ।

লগতে পঢ়ক: কৰীণা কাপুৰে দেখুৱালে ৯০ দশকৰ যাদু, মুক্তি লাভ কৰিলে চোলি কে পিছে গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.