নিউজ ডেস্ক, ৪ এপ্ৰিল : আজি অৰ্থাৎ ৪ এপ্ৰিলত সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে । ভাৰতীয় বুলিয়নৰ বজাৰত আজি সোণ-ৰূপ যথেষ্ট ব্যয়বহুল । ব্যয়বহুল হোৱাৰ পিচত সোণৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হৈছেগৈ । ২২ কেৰেট সোণৰ মূল্য ৬৪,১১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৭০,০৩০ টকা ।
আজি আপোনাৰ চহৰত সোণৰ দাম কিমান, জানি লওক -
- দিল্লীত সোণৰ মূল্য - দিল্লীত আজি ২২ কেৰেট সোণৰ মূল্য ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা।
- মুম্বাইত সোণৰ মূল্য- মুম্বাইত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
- কলিকতাত সোণৰ মূল্য - আজি কলিকতাত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
- চেন্নাইত সোণৰ মূল্য - ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৫,০১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,৯২০ টকা ।
- বেংগালুৰুত সোণৰ মূল্য - আজি বেংগালুৰুত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা ।
- হায়দৰাবাদত সোণৰ মূল্য - আজি হায়দৰাবাদত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১১০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৮৮০ টকা।
- লক্ষ্ণৌত সোণৰ মূল্য - আজি লক্ষ্ণৌত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা ।
- আহমেদাবাদত সোণৰ মূল্য- আজি আহমেদাবাদত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,১৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৯,৯৩০ টকা ।
- জয়পুৰত সোণৰ মূল্য- আজিৰ জয়পুৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৬৪,২৬০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৭০,০৩০ টকা ।
লগতে পঢ়ক : সোণৰ মূল্যই এই বছৰ 70 হাজাৰ টকা স্পৰ্শ কৰাৰ সম্ভাৱনা