ETV Bharat / bharat

ধনু ৰাশিয়ে ধ্যান-সাধনা কৰিলে পাব সুফল...মকৰ ৰাশিৰ সন্মান আৰু খ্যাতি বৃদ্ধি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 3rd August

author img

By ETV Bharat Features Team

Published : Aug 3, 2024, 12:56 AM IST

Daily Horoscope : আজি মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 3rd August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: পুৱা শুই উঠি প্ৰাণৱন্ত অনুভৱ কৰিব । নতুন কাম আৰম্ভ কৰিবলৈ পুৱাৰ ভাগ শ্ৰেষ্ঠ সময় । ব্যৱসায়ী আৰু পেচাদাৰী লোকসকলে কাৰ্যালয়ত অতি আনন্দৰ সময় উপভোগ কৰিব; কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্ঠা দেখি জ্যেষ্ঠসকল সন্তুষ্ট হ’ব । চৰকাৰী সাহায্য লাভৰ সম্ভাৱনা । আপোনাৰ চিন্তা-ভাৱনাত তাত্‍ক্ষণিক পৰিৱৰ্তন দেখা পাব পাৰে । পানীৰ পৰা আঁতৰত থাকক ।

বৃষ ৰাশি: এটা সাধাৰণ দিন । বন্ধুবৰ্গৰ লগত খেল-ধেমালী বা গান-বাজনা কৰি আনন্দেৰে সময় কটাওক । আনহাতে ধন লাভ কৰাৰ আশাত দিনটো পাৰ কৰিবলগীয়াও হ’ব পাৰে । বিত্তীয় সংকট হ’ব পাৰে, সেয়ে ধন সঞ্চয় কৰক । চিন্তা ত্যাগ কৰক ৷ এটা ভাল দিনৰ আশা কৰিব পাৰে ।

মিথুন ৰাশি: চৌপাশে ইতিবাচক অনুভৱ কৰিব । মন আনন্দময় হৈ থাকিব; পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত অধিক সময় কটাওক । সুস্বাদ্যু আহাৰ গ্ৰহণ কৰা আৰু বজাৰলৈ যোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত, সকলো আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ সম্ভাৱনা আছে, আৰ্থিক লাভ হ’ব পাৰে । সকলো ভালদৰে অন্ত পৰিব । নেতিবাচক মনোভাৱ মনলৈ আহিব নিদিব ।

কৰ্কট ৰাশি: আয়তকৈ ব্যয় অধিক হোৱাৰ সম্ভাৱনা আছে; চিন্তা কৰি ব্যয় কৰক । চকুৰ সমস্যাত ভূগিব পাৰে, অধিক ক্ষতি নহবৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওক । ক্ৰোধ আৰু জিভাক নিয়ন্ত্ৰণত ৰাখক; বিপদৰ সন্মুখীন হ’ব পাৰে । দিনটোৰ পিছৰ ভাগত শান্তি আৰু ধৈৰ্যৰে পৰিস্থিতি উন্নত হোৱাৰ আশা কৰিব পাৰে । আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা । ঘৰত সুস্থ পৰিৱেশে বিৰাজ কৰিব । এটা দীঘলীয়া দিনৰ অন্তত আৰাম কৰক আৰু নেতিবাচক চিন্তা মনলৈ নানিব ।

সিংহ ৰাশি: লাভজনক খবৰ শুনি উত্‍সাহিত অনুভৱ কৰিব । আয় আৰু অন্য আৰ্থিক উত্‍স বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । পিছবেলা পৰিস্থিতি সলনি হ’ব পাৰে আৰু অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । ক্ৰোধ বৃদ্ধি পাব; চৌপাশৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে । সন্তানৰ ভৱিষ্যতৰ বাবে অত্যধিক চিন্তা হ’ব পাৰে; স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ।

কন্যা ৰাশি: এটা অতি সুন্দৰ । পৰিয়ালৰ লগত বান্ধোন অধিক শক্তিশালী হ’ব; বন্ধু আৰু আত্মীয়ক লগ পাব আৰু আনন্দৰ আদান-প্ৰদান হ’ব । কৰ্মত সফলতা লাভ । বিবাহৰ বাবে ইচ্ছুক তথা বিবাহযোগ্যসকলৰ বাবে শুভসময় আৰম্ভ হৈছে আৰু শীঘ্ৰেই সুঃখবৰ পাৰ । তথাপিও নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । সাৱধানতাৰে বাহন চলাওক ।

তুলা ৰাশি: চিন্তা-ভাৱনাৰ পাকচকৰিত পৰি, আজিৰ দিনটোত মন ভাল লাগি নাথাকিব । সন্তান আৰু আপোনাৰ মাজৰ পাৰ্থক্য আহি পৰিব পাৰে, যি আপোনাক অসন্তুষ্ট কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীতো, পৰিস্থিতি আপোনাৰ পক্ষে নহবও পাৰে ৷ দিনটোৰ পিছৰ ভাগত গ্ৰহসমূহ সক্ৰিয় হ’ব । জ্যেষ্ঠসকলৰ লগত আপোনাৰ সম্বন্ধ উন্নত হ’ব; কামৰ অগ্ৰগতিত আপুনি উত্‍সাহিত হ’ব । ভাল কামৰ বাবে সমাজৰ মনোযোগ পাব । শান্তিময়ভাৱে দিনটোৰ অন্ত পৰিব ।

বৃশ্চিক ৰাশি: ধৰ্মীয় কাৰ্যই আজিৰ দিনটোৰ অপ্ৰত্যাশিত দুঃভাগ্যজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব । অস্থিৰতা আৰু বিৰক্ততা অনুভৱ কৰিব পাৰে; কথা কোৱাৰ আগতে ভাবি চাওক । খোৱা বোৱাৰ অনিময় অভ্যাস আৰু খাদ্য নোখোৱাৰ অভ্যাসে, পাচন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে; চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।

ধনু ৰাশি: মিশ্ৰিত ঘটনাৰ পৰিপূৰ্ণ এটা দিন হ’ব । পুৱা আনন্দময় আৰু প্ৰাণৱন্ত হ’ব । ইতিবাচক শক্তিয়ে অনুসৰণ কৰিব, ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ’ব । আবেলিলৈ পৰিস্থিতি সম্পূৰ্ণভাৱে সলনি হ’ব । উত্তেজিত আৰু চাপ অনুভৱ কৰিলে, শান্তভাৱে মনে মনে থাকক । পৰিয়ালৰ লোক বা সহকৰ্মীৰ সৈতে বিবাদ হ’ব পাৰে । চকু মুদি ধ্যান সাধনা কৰক, অস্থিৰ মনত শান্তি লাভ কৰিব ।

মকৰ ৰাশি: মধুৰ কথাৰে বিবাদৰ অন্ত পেলাব পাৰিব । ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । সন্মান আৰু খ্যাতি বৃদ্ধি পাব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন বাহনৰ ক্ৰয় কৰাৰ যোগ আছে । বন্ধুৰ লগত পাৰ্টী বা লং ড্ৰাইভত যাব পাৰে । সন্ধিয়া আনন্দ উপভোগ কৰিব পাৰে ।

কুম্ভ ৰাশি: কাৰ্যালয়ৰ কামত কৈ সৃজনমূলক কাম অলপ আগবাঢ়ি থাকিব পাৰে । মন সৃজনশীলহৈ থাকিব । সন্তানৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন চিন্তাই বেৰি ধৰিব; মানসিক অৱসাদ অনুভৱ কৰিব । শান্ত হওক আৰু আৰাম কৰাৰ চেষ্টা কৰক । কৰ্মস্থলীত পৰিস্থিতি উন্নত হ’ব । কৰ্মস্থলীৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব; সহকৰ্মীৰ পৰা সহায় আশা কৰিব পাৰে ।

মীন ৰাশি: এটা সাধাৰণ দিন । উদ্বিগ্নতাই আপোনাক কামত ধীৰ-স্থিৰ কৰি তুলিব পাৰে আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । মাটি-বাৰী বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । চৰিত্ৰত আঘাত সানিব পৰা পৰিস্থিতিত পৰাৰ পৰা বাচি থাকক । পাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিব পাৰে । পাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিব পাৰে । যাত্ৰাৰ পৰিকল্পনা অহাসপ্তাহৰ বাবে পিছুৱাই দিয়ক । শিক্ষাৰ্থীসকলৰ বাবে এটা সহজ দিন ।

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.