ETV Bharat / bharat

সকলো উত্তৰবিহীন প্ৰশ্নৰ সমাধান পাব বৃশ্চিক ৰাশিৰ লোকে..ধৰ্মীয় দিশৰ ফালে মন ঢাল খাব এই দুই ৰাশিৰ লোকৰ..কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Horoscope For 23rd July 2024

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 12:49 AM IST

Daily Horoscope : ব্যৱসায়ৰ বাবে আজিৰ দিনটো শুভ এই ৰাশিৰ লোকৰ...সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত সচেতন হ’ব লাগিব তুলা ৰাশিৰ লোক...জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 23rd July 2024
দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি : দিনটো আপুনি সুখী আৰু পৰিপূৰ্ণ অনুভৱ কৰিব । সুখী মনেৰে আপুনি ঘৰৰ পৰিৱেশো আনন্দময় কৰি ৰাখিব । গৃহসজ্জা আৰু ঘৰৰ আভ্যন্তৰীণ সালসলনি কৰিব পাৰে । আপোনাৰ সপোনৰ গাড়ীখন লাভ কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীতো সকলো আশাব্যঞ্জক হ’ব । কোনো সামাজিক অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা হ’ব পাৰে ।

বৃষ ৰাশি : দিনটো আপুনি ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব । আপোনাৰ উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক আশা কৰা ধৰণে আগবঢ়াই নিব । তথাপিও, সকলো ঠিকে ঠাকে যাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব । ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।

মিথুন ৰাশি : বিভিন্ন ঘটনাৰে পৰিপূৰ্ণ এটা দিন । নেতিবাচক চিন্তাধাৰা এৰাই চলক, নহ’লে নিৰাশ আৰু উদাস হৈ পৰিব ৷ অনৈতিক কামে আপোনাক বিপদত পেলাব পাৰে । আপুনি খোৱা-লোৱাৰ প্ৰতি সচেতন হওক, অস্বাস্থ্যকৰ খাদ্যই বোমাৰত পেলাব পাৰে । পিছবেলালৈ পৰিস্থিতি ভাললৈ আহিব । নতুন স্কীম আৰু প্ৰজেক্টৰ বাবে ব্যৱসায় উন্নত হ’ব পাৰে । জ্যেষ্ঠকৰ্মীৰ লগত বিবাদ এৰাই চলক । শিল্প আৰু সাহিত্যৰ প্ৰতি সৃজনশীল আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আপোনাৰ সৃজনশীলতাক বৃদ্ধি হ’বলৈ দিয়ক ।

ককৰ্ট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে; ই অতি শক্তিশালী বান্ধোন হৈ পৰাৰ সম্ভাৱনা আছে । বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দৰে সময় উপভোগ কৰক । চিনেমা বা খেলৰ দৰে কোনো বিনোদন কাৰ্যই আপোনাৰ আনন্দক অধিক কৰি তুলিব পাৰে । সন্ধিয়ালৈ আপোনাৰ মন সলনি হ’ব পাৰে, ক্ৰোধ নিয়ন্ত্ৰিত কৰি ৰাখক । নতুন কাম আৰম্ভ কৰিবৰ বাবে ভাল দিন নহয় । দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, সাৱধানতাৰে গাড়ী চলাওক ।

সিংহ ৰাশি : ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । ব্যৱসায়ীত আপোনাৰ টীম, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধিনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে । বিনিয়োগৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব । নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক, বজাৰ কৰক, খাওক আৰু আনন্দ কৰক ।

কন্যা ৰাশি : নতুন আৰু ষ্টাইলিছ পোছক ক্ৰয় কৰিবলৈ আপুনি উৎসাহিত অনুভৱ কৰিব । শিল্পজাত সম্পদ আৰু কলাকৃষ্টি সৃষ্টিৰ প্ৰতি মনোযোগ আহিব ৷ ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব । কৰ্মস্থলীত প্ৰতিদ্বন্দ্বীসকলতকৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব । এটা অতি সুন্দৰ দিন অতিবাহিত হ’ব ।

তুলা ৰাশি : এটা সাধাৰণ দিন । পৰিয়ালৰ লগত সৰু সৰু বিবাদ এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে সতৰ্ক হৈ থাকিব । কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে । শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ।

বৃশ্চিক ৰাশি : সকলো উত্তৰহীন প্ৰশ্নৰ সমাধান লাভ কৰিব । আপোনাৰ ব্যক্তিগত জীৱনেই হওক বা সম্পত্তি সম্বন্ধীয় বিষয়েই হওক, আপুনি সকলো কথাই সমাধান কৰিব পাৰিব বুলি অনুমান হয় । ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক শ্ৰেষ্ঠতম হ’ব । দিনটোৰ দ্বিতীয় ভাগলৈ আপুনি বিৰক্তি অনুভৱ কৰিব । পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব আৰু ব্যয় হ’ব । সমাজত আপোনাৰ চৰিত্ৰত কালিমা সানিব পৰা কামৰ পৰা বিৰত থাকক ।

ধনু ৰাশি : আপোনাৰ খং নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে সাৱধানে ক’ব, বহুতো পৰস্থিতিৰ পৰা বাচি থাকিব পাৰিব । নিজকে ধৰ্মীয় কাৰ্যত লিপ্ত কৰাওক আৰু শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক । শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰিবৰ বাবে যত্ন কৰিব লাগিব । সন্ধিয়া সময়ত নিজৰ চিন্তা দূৰ কৰিবৰ বাবে বিভিন্ন উপায় বিচাৰি উলিয়াব, যি আপোনাৰ মনটো শান্ত কৰিব । আপোনাৰ প্ৰতিদ্বন্দ্বী আৰু বিৰোধীসকলৰ বিষয়ে চিন্তা নকৰিব । শান্তিময় সন্ধিয়া উপভোগ কৰক ।

মকৰ ৰাশি : নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ বাবে এটা উপযুক্ত দিন । আপুনি আপোনাৰ কৰ্মস্থলীত এটা ভাল ছাপ বহাব পাৰিব । ঘৰুৱা পৰিস্থিতি অলপ চিন্তনীয় হৈ থাকিব পাৰে, ধ্যান সাধনা কৰক; ই আপোনাৰ অশান্ত মনলৈ স্থিৰতা আনিব ৷ দিনটোৰ পিছভাগলৈ, অলপ নেতিবাচক মনোভাৱে আপোনাৰ মন আচন্ন কৰি ৰাখিব পাৰে । সিদ্ধান্ত লোৱা ক্ষমতাত প্ৰভাৱ পেলাব পাৰে । ব্যক্তিগত খৰচৰ বাবে ধন ব্যয় কৰিব পাৰে । সুবিধা পালে, আপোনাৰ কষ্টোপাৰ্জিত ধন শ্বেয়াৰ বা সম্পত্তিত বিনিয়োগ কৰক ।

কুম্ভ ৰাশি : আজি আপুনি ধাৰ্মিক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । ফলস্বৰূপে, আপুনি নিজকে ধৰ্মীয় কাম কাজত ব্যস্ত কৰিও ৰাখিব পাৰে । আপুনি ধৰ্মীয় যাত্ৰাত যথেষ্ট পৰিমাণে ব্যয় কৰিব পাৰে । আইনী বিষয়বস্তু নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে । পিছবেলালৈ আপুনি লোৱা সকলো কামতে সফলতা লাভ কৰিব । স্বাস্থ্য ভালে থাকিব । পৰিয়ালৰ লগত সময় কটাওক ।

মীন ৰাশি : শ্বেয়াৰ আদিত কৰা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা । কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব । ঘৰুৱা পৰিৱেশো শান্ত হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক । সন্ধিয়ালৈ উদ্বিগ্নতা অনুভৱ হ’ব পাৰে, অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে । ধৰ্মীয় কাৰ্যকলাপ, ৰীতি-নীতি আদিতো ব্যয় হ’ব পাৰে । সতৰ্কতাৰে চলক ।

লগতে পঢ়ক : ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.