ETV Bharat / bharat

বৃশ্চিক ৰাশিৰ পদোন্নতি...সিংহ ৰাশিৰ আত্মবিশ্বাস বৃদ্ধি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে - Daily Horoscope For 14th June

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 12:10 AM IST

Daily Horoscope: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 14th June 2024
আজিৰ দিনটোৰ ৰাশিফ (ETV Bharat)

মেষ ৰাশি: আপোনাৰ সৃজনশীল প্ৰতিভা প্ৰকাশ বাবে দিনটো শুভ । ঘৰুৱা পৰিবেশ ভালে থাকিব ৷ পুৰণি বন্ধুক সাক্ষাৎ কৰি মন আনন্দেৰে ভৰি পৰিব । জ্যেষ্ঠসকলৰ লগত কাম কৰোঁতে সতৰ্ক হওক; তেওঁলোকক অসন্মান কৰিলে আপুনি বিপদত পৰিবলগীয়া হ’ব পাৰে । বিবাদ হ’ব পাৰে সেয়া এৰাই চলিবলৈ চেষ্টা কৰক ।

বৃষ ৰাশি: এটা সাধাৰণ দিন । বিভিন্ন চিন্তাই আপোনাক আগুৰি ধৰিব, বিশেষভাৱে আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হ’ব । সম্পত্তি বা সম্পদ সংক্ৰান্তীয় আইনী কাম কাজ বা লেনদেনৰ পৰা বিৰত থাকক । নিৰাশাবাদী মনোভাৱৰ পৰিত্যাগ কৰক; আবেলিলৈ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে । শিক্ষাৰ্থীৰ বাবে এটা ভাল সময়ৰ আৰম্ভণি; ইয়াৰ পৰ্যাপ্ত লাভ উঠাওক । সৃষ্টিশীল কামত মনোনিৱেশ কৰক। মন্দিৰ দৰ্শন কৰিব পাৰে ৷

মিথুন ৰাশি: আপোনাৰ বাবে এটা মিশ্ৰিত দিন । পুৱাৰ ভাগত পেচাগত দিশৰ সৈতে জড়িত কোনো ভাল খবৰ পাব পাৰে । আপুনি আপোনাৰ প্ৰচেষ্টাত সফল হ’ব, আৰু বিৰোধীসকলেও পৰাজয় স্বীকাৰ কৰিব । আপোনাৰ মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে, আৰু আপুনি নেতিবাচক অনুভৱ কৰিব পাৰে । ধৈৰ্য ধৰক ৷

কৰ্কট ৰাশি: আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব । কোনো কথাত খঙাল আৰু উদ্বেগিত হৈ পৰিব পাৰে আৰু আপুনি কোনো নিৰ্দ্দিষ্ট সিদ্ধান্ত উপনীত হ’ব নোৱাৰিবও পাৰে । আপুনি আৱেগিক আৰু দ্বিধাগ্ৰস্ত হৈ থাকিব পাৰে । পৰিয়ালৰ লোকৰ লগত হোৱা বাক্-বিতণ্ডাই পৰিস্থিতি অধিক শোচনীয় কৰি তুলিব পাৰে ।

সিংহ ৰাশি: এই ৰাশিৰ লোকসকল সদায় আত্মবিশ্বাসী হয়, কিন্তু আজি এই আত্মবিশ্বাস অধিক বৃদ্ধি পাব । আপোনাৰ সিদ্ধান্ত লোৱা ক্ষমতা আৰু নেতৃত্ব দিয়া কৌশলৰ বাবে আজি আপুনি ভাল ফল পাব । সমস্যাসমূহ আপুনি অতি সুন্দৰভাৱে পৰিচালনা কৰিব আৰু চৰকাৰী বিষয় বা সাৰ্বজনিক ক্ষেত্ৰ সম্বন্ধীয় কামত ভাল প্ৰদৰ্শন দেখুওৱাব পাৰিব । পৰিয়ালৰ লোকসকলে সহযোগ কৰিব, আৰু ঘৰত হোৱা বিভিন্ন খৰচৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি পাব । তথাপিও শত্ৰুৰ পৰা অলপ সাৱধানে থাকক ৷

কন্যা ৰাশি: যিকোনো বস্তুৰে অতিমাত্ৰা সদায় বেয়া ৷ কন্যাৰাশিৰ লোকসকলো এনেয়ে আবেগিক থাকে, আজি আপুনি আৰু অধিক আৱেগিক হৈ পৰিব পাৰে । সেয়ে নিজকে মজবুত কৰক । আলোচনা আৰু বিবাদৰ পৰা আতঁৰত থকাই উচিত ৷ আত্ম-বিশ্বাসী হৈ থাকক আৰু যিকোনো পৰিস্থিতিক শান্ত হৈ পৰিচালনা কৰক । দুপৰীয়াৰ পিচত, আপোনাৰ আত্ম-বিশ্বাস বৃদ্ধি পাব, আৰু আপোনাৰ সন্মান আৰু মান্যতাও বৃদ্ধি পাব পাৰে । তথাপিও, আপোনাৰ ক্ৰোধ আৰু সংবেদনশীলতাক নিয়ন্ত্ৰণত ৰাখক ।

লগতে চাওক: বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY

তুলা ৰাশি: চিন্তাৰে ভৰা এটা দিন! কিন্তু চিন্তিত নহ’ব এই দিনো পাৰ হৈ যাব । পুৱাৰ সময়খিনি আনন্দময় হ’ব, আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বা বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত পিকনিকৰ আয়োজন কৰিব পাৰে ৷ এটা সুন্দৰ পৰ্যটনস্থলী ভ্ৰমণ উপভোগ কৰিবৰ বাবে এটা শুভ দিন। আইনী কামত অতি সতৰ্ক হওক ।

বৃশ্চিক ৰাশি: যিহেতু আজিৰ দিনটোত আপুনি দৃঢ় আৰু আত্ম বিশ্বাসেৰে পূৰ্ণ হৈ আছে, সেয়েহে আপুনি যিকোনো কাম সহজে সমাধা কৰিব পাৰিব । কৰ্মস্থানত বা ব্যৱসায়ত আপোনাৰ নিপুণতা, কুশলতা আৰু দক্ষতাৰ বাবে মানুহে আপোনাৰ প্ৰশংসা কৰিব । কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ হ’ব আৰু আপোনাৰ প্ৰচেষ্টা আৰু সুন্দৰ ধাৰণাক প্ৰশংসা কৰিব । পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে । বন্ধুবৰ্গৰ লগত সম্পৰ্ক কৰক, তেওঁলোকৰ সংগই আপোনাৰ মনত শান্তি দিব ।

ধনু ৰাশি: আজি আপোনাৰ দিনটো শুভ । আপোনাৰ মন ধাৰ্মিক দিশত ব্ৰতি হ’ব পাৰে মন কৰিলে তীৰ্থযাত্ৰাৰ পৰিকল্পনাও কৰিব পাৰে । আপোনাৰ জীৱনলৈ কোনো নতুন আলহীৰ আগমণ ঘটিব হয়টো সন্তানৰ জন্ম, বা পৰিয়ালত কোনো শুভ কাৰ্য হ’ব পাৰে । আপোনাৰ প্ৰিয়জনৰ লগত দিনটো উদযাপন কৰক! কৰ্মক্ষেত্ৰত দিনটো ভালদৰে পাৰ হ’ব । সন্ধ্যাৰ ভাগত সাৱধান গ্ৰহৰ অৱস্থান সলনি হোৱাৰ ফলত আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণহীন হ’ব পাৰে ।

মকৰ ৰাশি: আজিৰ দিনটোত আপুনি আপোনাৰ অস্বস্তিবোধ আৰু ক্ৰোধক নিয়ন্ত্ৰণ কৰা উচিত । স্বাস্থ্যৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন আৰু শৰীৰচৰ্চাত সময় কটোৱাটো উচিত হ’ব । এইদৰে আপুনি চাপ আৰু নেতিবাচক চিন্তাৰ পৰা আতৰি থাকিব পাৰিব । জীৱনৰ সমস্যা দূৰ হ’ব । অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ।

কুম্ভ ৰাশি: আজি আপোনাৰ সমস্যা বৃদ্ধি হ’ব পাৰে । সম্ভৱত আপোনাৰ ওচৰত থকা লোকসকলে তিলকে তাল কৰিব, আৰু আপুনি সমস্যাত পৰিবলগীয়া হ’ব । যত্নবান হওক, এইটোৱে আপোনাৰ ঘৰুৱা সমস্যাৰ সৃষ্টি কৰিব পাৰে । যিমানদূৰ সম্ভৱ হয় আপুনি আইনগত বিষয়সমূহৰ ক্ষেত্ৰত সচেতন হওক, যিহেতু অপমান বা লোকচান হোৱাৰ সম্ভাৱনা আছে ।

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আপুনি অন্যমনস্ক আৰু উদ্বিগ্ন হৈ থাকিব পাৰে আৰু হয়টো গভীৰ চিন্তাত মগ্ন হৈও থাকিব পাৰে । কামত অপ্ৰত্যাশিত বাধাই আপোনাক বিভ্ৰান্ত কৰিব পাৰে । আপোনাৰ সংগীয়ে আপোনাৰ কথাত সমৰ্থন নকৰিবও পাৰে । কিন্তু শান্ত থাকক । যিকোনো আইনী লেনদেনৰ পৰা আজি আতঁৰত থাকক।

লগতে পঢ়ক: বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.