ETV Bharat / bharat

সিংহ ৰাশিয়ে লাভ কৰিব গণেশৰ কৃপা...বৃশ্চিক ৰাশিৰ ভাগ্য উদয়...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 13th July

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 12:53 AM IST

Daily Horoscope: আজি কন্যা ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 13th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: ব্যক্তিগত বা ব্যৱসায়িক সকলো দিশতে সফলতা লাভ কৰিব ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল’ব পাৰিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷

বৃষ ৰাশি: আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আজি কোনো আলোচনাত বহাৰ বাবে উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত আপুনি ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্য চৰ্চাত ব্যস্ত হ’ব পাৰে ৷

মিথুন ৰাশি: আপুনি আজি সকলো ক্ষেত্ৰতে খেলি-মেলি পৰিব পাৰে ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক-বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ সৈতে আলোচনাত মিলিত নোহোৱাটোৱে মংগল অন্যথা বিবাদ হ’ব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি: আপোনাৰ ভাতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ ব্যৱসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক উন্নত কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব পাৰে ৷ সামাজিক সন্মান বৃদ্ধি কৰাতো এই সময় উত্তম আৰু আপুনি ধনৰ দিশৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে ৷ কিন্তু চিন্তা নকৰিব ৷ পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি: এটা শুভ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত হৃদয়ৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চাই আছে ৷ শৰীৰ উন্নত হ’ব আৰু আপুনি মানসিক শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি: আপোনাৰ খং দমন কৰক ৷ আজি কিছুমান আইনী কামত ব্যস্ত হ’ব পাৰে ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুসূচনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰীৰ বেয়া হ’ব পাৰে ৷ গতিকে খৰচৰ বাবে সাজু থাকক ৷ চকুৰ চিকিৎসকৰ ওচৰলে যাবলগীয়া হ’ব পাৰে ৷ ধৰ্মীয় কাম-কাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷ ধ্যান কৰক ৷

বৃশ্চিক ৰাশি: সৌভাগ্য, বাস্তৱিক আনন্দই আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ’ব ৷ ভাল সময় উপভোগ কৰক, বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীৰ সৈতে মিলন হ’ব পাৰে ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ বাবে ভাল সময় ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ ধন লাভৰ সময় ৷

ধনু ৰাশি: আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভাললৈ আহিব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে আৰু বচৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ সকলো কাম সুন্দৰভাৱে সফল হ’ব আৰু আনন্দৰ বাবে যথেষ্ঠ সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপোনাৰ পত্নীয়ে আপোনালৈ আগ্ৰহেৰে বাট চাব ৷ সামাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷

মকৰ ৰাশি: কষ্ট কৰা সকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লিখক আৰু কলাৰ সৈতে জড়িত লোকসকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷ ভয় খোৱাৰ কাৰণ নাই ৷

কুম্ভ ৰাশি: যিকোনো দিশতে বা বস্তুই অতিমাত্ৰা আজি আপোনাৰ বাবে ভাল নহয় ৷ আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে ৷ চিন্তাত পৰিব পাৰে ! শান্ত হওক ! সকলো সমস্যাৰে সমাধান আছে ৷ খং ত্যাগ কৰক ৷ পৰিয়ালত কাৰোবা বিবাহৰ আয়োজন যো-জা চলিব পাৰে ৷ মন শান্ত ৰাখিবলৈ যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি: আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক, ভাস্কৰ্যশিল্পী বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ নিজৰ যুঁজত নামি পৰক ৷ ব্যৱসায়ীসকলৰ নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ সৈতে সময় কটাওক বা তেওঁৰ সৈতে চিনেমা চাবলৈ যাব পাৰে ৷ এইবোৰ কামে আপোনালোক দুয়োকে আৰু ওচৰ চপাই আনিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ কৰ্ম-ব্যৱসায়ত উন্নতি লাভ...গভীৰ হ’ব প্ৰেমৰ সম্পৰ্ক...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.