ETV Bharat / bharat

মানসিক চিন্তা ত্যাগ কৰক বৃষ ৰাশিৰ লোকে...প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব এই ৰাশিৰ লোকৰ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 10th August

author img

By ETV Bharat Features Team

Published : Aug 10, 2024, 12:56 AM IST

Daily Horoscope: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিলে উপকৃত হ’ব তুলা ৰাশিৰ লোকসকলে ৷ জীৱন সংগী বাচনি কৰাৰ ক্ষেত্ৰত খুবেই সাৱধান হওক বৃশ্চিক ৰাশিৰ জাতক-জাতিকাই ৷ অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 10th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: ব্যৱসায়ীৰ বাবে এটা লাভজনক দিন ৷ পৰিয়ালত বৰ্তি থকা আনন্দময় পৰিৱেশে আপোনাৰ মন সুখী কৰি ৰাখিব ৷ এটা আনন্দদায়ক ঘটনা ঘটাৰ সম্ভাৱনা আছে ৷ সহায়কসকলৰ পৰা সহায় লাভ কৰিব পাৰে ৷ সামাজিক ক্ষেত্ৰত নাম আৰু যশ লাভ কৰিব ৷ প্ৰিয়জনৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ পতি-পত্নীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব ৷

বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ দিনটো শিক্ষাৰ্থীৰ বাবে কিছু কঠিন হ’ব যেন অনুমান হয় ৷ মনত চিন্তাই বিৰাজ কৰিব ৷ পেটৰ ৰোগ আদিয়ে আমনি কৰিব পাৰে ৷ মানসিকভাৱেও, চাপমুক্ত হ’ব ৷ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ৷ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মিথুন ৰাশি: শক্তিহীন যেন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ অস্থাৱৰ (মাটি আদি) সম্পত্তি সম্পৰ্কীয় বিষয়ত অধিক সৰ্তক হৈ থাকক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ৷

কৰ্কট ৰাশি: চিন্তা নকৰাকৈ কোনো কাম নকৰিব ৷ প্ৰিয়জনক লগ পাই আনন্দিত হ’ব ৷ দুয়োজনৰ মাজত থকা প্ৰেমে দুয়োকে সুখী কৰি ৰাখিব ৷ প্ৰতিদ্বন্দ্বীৰ সন্মুখত নিজৰ স্থিতি দৃঢ়তাৰে ৰাখক ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ কঠিন হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ মাতৃৰ স্বাস্থ্যৰ বাবে আজি এক চিন্তাৰ বিষয় হ’ব পাৰে ৷ আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ৷ কিন্তু এনে ক্ষেত্ৰত জড়িত হোৱাৰ পৰা বিৰত থাকক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ’ব পাৰে ৷ আজি আৰ্থিক লাভ হ’ব পাৰে ৷ দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি ল’ব ৷ ভাতৃৰ পৰা উপকৃত হ’ব ৷ আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ’ব পাৰে ৷ সকলোৰে সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা ৷ যাত্ৰাৰ পৰা আনন্দিত হ’ব ৷ ব্যৱসায়িক ক্ষেত্ৰটো লাভান্বিত হ’ব পাৰে ৷ পৰিয়ালৰ পৰিবেশ উত্‍সাহজনক হ’ব ৷ আৰ্থিক লাভ ৷ বৈদেশিক ৰাষ্ট্ৰৰ লগত ব্যৱসায়িক লেনদেন সফল হ’ব ৷ নিজৰ পছন্দৰ আহাৰ গ্ৰহণ কৰিব ৷

তুলা ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কওতে সাৱধান হওক ৷ আইনী কামত সিদ্ধান্ত লওতে সৰ্তক হৈ থাকক ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ দুপৰীয়াৰ পিছত, সুখ লাভ কৰিব ৷ আৰ্থিকভাৱে লাভান্বিত হ’ব ৷

বৃশ্চিক ৰাশি: জীৱনসংগী বাচনি কৰাৰ বাবে অতি শুভ দিন ৷ আয় বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ৰ বিকাশ হ’ব পাৰে ৷ বন্ধুবৰ্গৰ লগত প্ৰমোদ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ দুপৰীয়াৰ পিছত খঙাল আৰু আক্ৰমাণাত্মক হোৱাৰ সম্ভাৱনা আছে ৷ কাৰো প্ৰতি আগ্ৰাসী হোৱাৰ পৰা বিৰত থাকক ৷ বন্ধুবৰ্গৰ লগত হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷

ধনু ৰাশি: পৰিকল্পনাসমূহ কাৰ্যকৰীভাৱে সম্পন্ন কৰিব পাৰিব ৷ ব্যৱসায়ত সফলতা লাভ ৷ কৰ্মস্থলীৰ পৰিৱেশ সুবিধাজনক হ’ব ৷ কঠোৰ পৰিশ্ৰম অনুসৰি পদোন্নতি লাভ কৰিব ৷ পৰিয়াল-পৰিজন সুখী হ’ব ৷ বন্ধুবৰ্গক লগ কৰি আনন্দ লাভ কৰিব ৷ প্ৰমোদ ভ্ৰমণ কৰিবৰ বাবে উপযুক্ত সময় ৷ আৰ্থিক লাভৰ দিশত শুভ ফল লাভ ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মকৰ ৰাশি: বিদেশ ভ্ৰমণৰ ইচ্ছুকসকলে ভাল খবৰ লাভ কৰিব ৷ ধৰ্মীয় যাত্ৰাৰ মাজেৰে আপুনি ঐশ্বৰিক আনন্দ লাভ কৰিব ৷ পৰিয়ালৰ লোকসকল প্ৰফুল্লিত মনেৰে থাকিব ৷ পেচাগত দিশত উন্নতি লাভ ৷ ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামৰ বাবে সন্তুষ্ট হ’ব ৷ আৰ্থিক লাভৰ লগতে, সন্মানো বৃদ্ধি পাব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব ৷ পৰিয়ালত বিবাদ বা কাজিয়া হ’ব পাৰে ৷

কুম্ভ ৰাশি: কোনো নতুন কাম আৰম্ভ নকৰিব ৷ সুস্থ হৈ থাকিবৰ বাবে খাদ্য তালিকাৰ প্ৰতি লক্ষ্য ৰাখক ৷ কথা কওতে সাৱধান হওক ৷ স্বাস্থ্যও উন্নত হ’ব ৷ ধৰ্মীয় কাৰ্য বা তীৰ্থযাত্ৰাত জড়িত হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷

মীন ৰাশি: অংশীদাৰিক ব্যৱসায়ৰ পৰা লাভান্বিত হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কোনো দৰ্শনীয় স্থানত ভ্ৰমণ কৰিবৰ বাবে মন মেলিব পাৰে ৷ দুপৰীয়াৰ পিছত, পৰিস্থিতি সলনি হোৱা যেন অনুভৱ হ’ব ৷ আজি কোনো নতুন কাম আৰম্ভ নকৰিব ৷ যাত্ৰা এৰাই চলক ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ কোনো লোকৰ লগত বিবাদত লিপ্ত হ’ব পাৰে ৷

লগতে পঢ়ক: এই সপ্তাহত প্ৰেম-ভাগ্য দুয়োটাই থাকিব কেবাটাও ৰাশিৰ পক্ষত...প্ৰশংসাৰ পাত্ৰ হ’ব জাতক-জাতিকাসকল...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.