অসম

assam

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন

By

Published : Sep 30, 2019, 6:04 AM IST

কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত দুৰ্গামন্দিৰৰ লগতে মন্দিৰ চৌহদত নিৰ্মিত ৰাজহুৱা ভৱন আৰু বিবাহ ভৱন উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন

কলিয়াবৰ,29চেপ্তেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কলিয়াবৰ তিনিআলিত নৱ-নিৰ্মিত সাৰ্ব্বজনীন দুৰ্গামন্দিৰৰ লগতে মন্দিৰ চৌহদত নিৰ্মিত ৰাজহুৱা ভৱন আৰু বিবাহ ভৱনৰ উন্মোচন কৰে ৷ এই সভাত মন্ত্ৰী নৱ কুমাৰ দ'লে আৰু পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্তও উপস্থিত থাকে ৷ ইফালে, এই নৱ-নিৰ্মিত দুৰ্গা মন্দিৰ তথা ৰাজহুৱা সভাকক্ষ আৰু বিবাহ ভৱন উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভাৰো ৷

কলিয়াবৰত দুৰ্গা মন্দিৰ,বিবাহ ভৱন উন্মোচন

ABOUT THE AUTHOR

...view details