অসম

assam

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

By

Published : Jul 12, 2019, 6:54 PM IST

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু ৷ এটি কাৰখানাত কৰ্মৰত আছিল শ্ৰমিকজন ৷

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

গোৱালপাৰা,12 জুলাইঃ গোৱালপাৰাৰ লক্ষীপুৰত অঘটন ৷ বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু শ্ৰমিকৰ ৷ চাওমিন প্ৰস্তুত কৰা কাৰখানাত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কাৰখানা খনৰ কৰ্মচাৰী শ্ৰমিকজন। শ্ৰমিকজনৰ নাম আককাছ আলী বুলি জানিব পৰা গৈছে ৷ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শ্ৰমিকজনক মৃত বুলি ঘোষণা চিকিৎসকৰ ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা অন্তত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে।

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

...view details