এইবাৰ মনোহৰী গ’ল্ড চাহৰ ৰেকৰ্ড ভাঙিলে অসমৰ গ'ল্ডেন পাৰ্ল চাহে
বিশ্বখ্যাত অসমৰ চাহপাতে পুনৰ এক ইতিহাস ৰচনা কৰিলে । 'গ'ল্ডেন পাৰ্ল' টীয়ে এইবাৰ গঢ়িলে ৰেকৰ্ড (Golden Pearl Tea fetches record price) । গ'ল্ডেন পাৰ্ল টীৰ ১ কেজি চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হয় ৯৯,৯৯৯ টকা দৰত (Assam tea feches whooping 99999 per kg) । ডিব্ৰুগড়ৰ নাহৰচুকবাৰীৰ কেঁচা চাহ পাত ক্ৰয় কৰা ফেক্টৰীত উৎপাদিত এই 'গ'ল্ডেন পাৰ্ল চাহ' ক্ৰয় কৰে গুৱাহাটীৰ আসাম টী ট্ৰেডাৰ্চে ।
Huge quantity of cash recovered: গুৱাহাটী ৰেল'ৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ
পল্টন বজাৰত জব্দ প্ৰায় ডেৰ কোটি (Huge quantity of cash recovered)৷ দিল্লীলৈ নি থকাৰ অৱস্থাত ৰেল’ৱে আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমানৰ ধন ৷
Majuli assembly by-election: ৰাজীৱ লোচন পেগুলৈ দুখ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ
"মাজুলীত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিজয় 100 শতাংশ নিশ্চিত" এই বুলি মঙলবাৰে মন্তব্য কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে (Zakir Hussain Sikdars comments on Rajib Lochan Pegu) ৷
2nd Veterinary College in Assam: লখিমপুৰত স্থাপিত পশু চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লখিমপুৰত স্থাপিত ৰাজ্যৰ দ্বিতীয়খন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে (Lakhimpur College of Veterinary Science inaugurated by Himanta Biswa Sarma) ৷
Himanta Biswa Sarma on Rahul Gandhi: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে
ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে আজি অৰ্থাৎ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে (Assam Police Refused to Accept FIR Against CM) । দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । চৰকাৰখনে আৰক্ষীক চাপত ৰখাৰ অভিযোগ মীৰা বৰঠাকুৰৰ ।