মেষ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ শিক্ষার্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷
বৃষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ শুভ দিন ৷ সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব পাৰে ৷ লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷
মিথুন ৰাশি: ধ্যান বা যোগ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰক বিচাৰ নকৰিব ৷
কৰ্কট ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ বিসফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷
সিংহ ৰাশি: মনৰ কথা শুনিব ৷ প্ৰেমত মনোযোগ দিব ৷ চৰকাৰী কাম-কাজত সফল হʼব ৷ নতুন ব্যৱসায় কৰিলে সফল হʼব ৷ লাভ বৃদ্ধি ৷
কন্যা ৰাশি: ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সন্তানৰ বিফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷ নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷