Google Pixel 9 vs iPhone 16: শেহতীয়াকৈ বজাৰত মুকলি হৈছে দুটাকৈ অত্যাধুনিক স্মাৰ্টফোন ৷ Google Pixel 9 আৰু iPhone 16 ৷ এই দুটা স্মাৰ্টফোনৰ মাজত যদি আপুনি কোনটো ক্ৰয় কৰিম বুলি বিভ্ৰান্ত হৈছে তেন্তে আমাৰ এই প্ৰতিবেদন পঢ়ক..
কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? (Google and Apple)
নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ:9 ছেপ্টেম্বৰৰ দিনা ভাৰতৰ লগতে বিশ্বৰ কেবাখনো দেশত মুকলি হ’ল iPhone 16 ৷ একেদৰে ইয়াৰ দুদিন পূৰ্বে ভাৰতৰ বজাৰত মুকলি হৈছিল Google Pixel 9 ৷
iPhone 16 বনাম Google Pixel 9: এটা জনা উচিত যে গুগলে শেহতীয়াকৈ মুকলি কৰিছে ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজ Google Pixel 9 । ইয়াৰ লগতে কোম্পানীয়ে চাৰিটা মডেল পিক্সেল 9, পিক্সেল 9 প্ৰ’, পিক্সেল 9 প্ৰ’ XL আৰু পিক্সেল 9প্ৰ' ফল্ড ।