মেষ ৰাশি :খঙক নিয়ন্ত্ৰণ কৰক ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কষ্টৰ ফল লাভ নকৰিবও পাৰে ৷ সন্তানৰ বাবে চিন্তিত হ’ভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ চৰকাৰী কামত সফলতা লাভ ৷ পেটৰ বিষ হ’ব পাৰে ৷
বৃষ ৰাশি :গণেশৰ কৃপাত দিনটো শুভ ৷ পিতৃৰ পৰা সহায় পাব ৷ সফলতাৰ বাবে শিক্ষাৰ্থীয়ে কষ্ট কৰাটো অতি প্ৰয়োজন ৷ চৰকাৰী কামত সফলতা ৷
মিথুন ৰাশি : গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ বাবে উত্তম সময় ৷ চৰকাৰী কামত সফল ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷
কৰ্কট ৰাশি : বেয়া ভাব মনৰ পৰা বাদ দিয়ক ৷ নতুন চিন্তাৰে দিন আৰম্ভ কৰক ৷ শাৰীৰিক-মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷
সিংহ ৰাশি : আত্মবিশ্বাস বৃদ্ধি ৷ যিকোনো কামৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধানতা অৱলম্বন কৰক ৷ ডাঙৰৰ পৰা সহায় লাভ ৷ সামাজিক মৰ্যাদা বৃদ্ধি ৷
কন্যা ৰাশি : মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্য ভালে নাযাব ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷