মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ বহু ব্যক্তি লগত সংযোগ হʼব ৷ নতুন বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
বৃষ ৰাশি : দিনটো কঠিন হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ আবেগক নিয়ন্ত্ৰণ কৰক ৷ বিশেষকৈ মহিলাসকলৰ সৈতে কথা পতাৰ সময়ত এই দিশত লক্ষ্য কৰিব । পানীৰ পৰা দূৰত থাকক ৷ টোপনিৰ ক্ষতি হ’ব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব । ভ্ৰমণ নকৰিব ।
কৰ্কট ৰাশি :দিনটো শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি :দিনটো মধ্যমীয়া ৷ এলেহুৱা অনুভৱ কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷
কন্যা ৰাশি : দিনটো শুভ ৷ সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিব ৷ জীৱনত সফল হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷