অসম

assam

ETV Bharat / photos

আদিযোগী দৰ্শন মৌনি ৰয়ৰ, চাওক ফটো

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:49 PM IST

Mouni Roy adiyogi pics: টিভিৰ পৰা ডাঙৰ পৰ্দালৈ নিজৰ জোৰদাৰ অভিনয়ৰে সকলোৰে মন জয় কৰা মৌনি ৰয়ক প্ৰায়ে ভক্তিত বিলীন হোৱা দেখা যায় । শেহতীয়াকৈ পুনৰ এবাৰ অভিনেত্ৰীগৰাকীয়ে এনে কিছুমান ফটো শ্বেয়াৰ কৰিছে, যি ফটোৱে সম্প্ৰতি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।
মৌনি ৰয়ে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত অনুৰাগীৰ সৈতে কিছু ছবি শ্বেয়াৰ কৰিছে । (সৌজন্য- ইনষ্টাগ্ৰাম)
এই ছবিসমূহত অভিনেত্ৰীগৰাকীক কইম্বাটুৰত আদিযোগী শিৱৰ দৰ্শন কৰা দেখা গৈছে ৷ (সৌজন্য- ইনষ্টাগ্ৰাম)
এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল গোলাপী ৰঙৰ চুট । (সৌজন্য- ইনষ্টাগ্ৰাম)
মৌনিয়ে শিৱলিঙৰ সন্মুখত হাতযোৰ কৰি প্ৰাৰ্থনা কৰা দেখা গৈছে । (সৌজন্য- ইনষ্টাগ্ৰাম)
শিৱ ভক্তিত বিলীন হোৱা দেখা গ’ল অভিনেত্ৰীগৰাকীক ৷ (সৌজন্য- ইনষ্টাগ্ৰাম)
মৌনীয়ে কেপচনত লিখিছে, ‘‘তুমি মোৰ আদি, তুমি মোৰ অসীম, শিৱ শিৱ’। (সৌজন্য- ইনষ্টাগ্ৰাম)
‘‘প্ৰতিবাৰৰ দৰে এক আচৰিত অভিজ্ঞতা। আশ্ৰমলৈ গৈ মোৰ বৰ ভাল লাগে । এইখনেই মোৰ নিৰাপদ স্থান, সেই আনন্দ মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ ।’’
ভক্তিত বিলীন মৌনি ৰয়

ABOUT THE AUTHOR

...view details