অসম

assam

ETV Bharat / photos

গ্ৰন্থৰ সুৱাস বিচাৰি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ বাকৰিত মন্ত্ৰী বিমল বড়া - KALIABOR BOOK FAIR 2025

বিগত ১১ ফেব্ৰুৱাৰীৰ পৰা কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত আয়োজন কৰা হৈছে গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ সুৱাস বিচাৰি শনিবাৰে উপস্থিত হয় মন্ত্ৰী বিমল বড়া ৷ (@BimalBorah119)

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 10:57 AM IST

প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাত মন্ত্ৰী বিমল বড়া (ETV Bharat)
কলিয়াবৰৰ গ্ৰন্থমেলাত মন্ত্ৰী বড়া (ETV Bharat)
গ্ৰন্থ সুৱাস বিচাৰি ফুৰিছে মন্ত্ৰী বিমল বড়াই (ETV Bharat)
কিতাপৰ বিপণিত বিমল বড়া (@BimalBorah119)
গ্ৰন্থমেলাত মন্ত্ৰী বিমল বড়া (@BimalBorah119)
মন্ত্ৰী বিমল বড়া (@BimalBorah119)
পঢ়ুৱৈৰ ৰূপত মন্ত্ৰী বড়া (@BimalBorah119)
কলিয়াবৰত মন্ত্ৰী বিমল বড়া (@BimalBorah119)
প্ৰিয় গ্ৰন্থখন বিচাৰিছে মন্ত্ৰী বড়াই (@BimalBorah119)
কলিয়াবৰত মন্ত্ৰী বিমল বড়া (@BimalBorah119)
কলিয়াবৰত মন্ত্ৰী বড়া (@BimalBorah119)

ABOUT THE AUTHOR

...view details