মাঘ বিহুৰ উৰুকা : ভোগালীৰ ভোগ বিচাৰি মহানগৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ - MAGH BIHU 2025

আজি মাঘ বিহুৰ উৰুকা । কাইলৈ বিহু । উৰুকাত সকলোৱে লগে ভাগে এসাজ খাবলৈ মাছ, মাংস ক্ৰয় কৰিছে । ইফালে মহানগৰীৰ বজাৰত উভয় নদী হৈ পৰিছে লাড়ু, পিঠা । লাড়ু, পিঠা, দৈ, চিৰা, ক্ৰীম, হুৰুম বিচাৰি গ্ৰাহকে ভিৰ কৰিছে । (Magh Bihu Uruka 2025)
Published : Jan 13, 2025, 12:18 PM IST