অসম

assam

মটৰচাইকেলেৰে‌ লেহ-লাডাখ ভ্ৰমণ লাভলীনা বৰগোঁহাইৰ - Lovlina Borgohain visits Ladakh

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 7:28 PM IST

অৱসৰ বিনোদনত লাভলীনা বৰগোহাঁই । মটৰ চাইকেলেৰে‌ লেহ-লাডাখ ভ্ৰমণ অলিম্পিক পদক জয়ী বক্সাৰগৰাকীৰ । লেহ-লাডাখৰ মনোমোহা নৈসৰ্গিক পৰিবেশ উপভোগ লাভলীনাৰ ৷ (FB_Lovlina Borgohain)
বাইকাৰ্ছৰ ৰূপত লাভলীনা (FB_Lovlina Borgohain)
লেহ-লাডাখত অৱসৰ বিনোদন লাভলীনাৰ (FB_Lovlina Borgohain)
মটৰ চাইকেলেৰে‌ লেহ-লাডাখ ভ্ৰমণ লাভলীনাৰ (FB_Lovlina Borgohain)
লেহ-লাডাখৰ মনোমোহা নৈসৰ্গিক পৰিবেশ উপভোগ লাভলীনাৰ (FB_Lovlina Borgohain)
টকিঅ' অলিম্পিক ২০২০ ত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই (FB_Lovlina Borgohain)
অলিম্পিকলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ লাভলীনা (FB_Lovlina Borgohain)
লেহ-লাডাখৰ মনোমোহা পৰিবেশত লাভলীনা (FB_Lovlina Borgohain)

ABOUT THE AUTHOR

...view details