বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতৰ বিলাসী ঘৰ কেৱল মুম্বাইতে নহয়. মনালীতো আছে ।(সৌজন্য- ইনষ্টাগ্ৰাম ). যাৰ বহু ফটো অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে শ্বেয়াৰ কৰি থাকে ৷ (সৌজন্য- ইনষ্টাগ্ৰাম ). শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে আকৌ এবাৰ অনুৰাগীসকলক তেওঁৰ পাহাৰীয়া ঘৰৰ দৃশ্য দেখুৱাইছে । (সৌজন্য- ইনষ্টাগ্ৰাম ). এই ছবিবোৰত কংগনাৰ ঘৰখন বৰফৰ চাদৰেৰে ঢাকি থকা দেখা গৈছে । যাৰ বাবে ঘৰৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি পাইছে । (সৌজন্য- ইনষ্টাগ্ৰাম ). অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘৰলৈ যোৱা পথৰো আভাস শ্বেয়াৰ কৰিছে । য’ত চাৰিওফালে কেৱল বৰফ দেখা গৈছে ।(সৌজন্য- ইনষ্টাগ্ৰাম ). বহুতো বিলাসী সুবিধাৰ লগতে ঘৰটোত গেম এৰিয়াও আছে । (সৌজন্য- ইনষ্টাগ্ৰাম ). কংগনা ৰনৌতৰ এই ঘৰটো উপত্যকাৰ মাজত নিৰ্মাণ কৰা হৈছে । য’ত প্ৰতিটো ঋতুতে প্ৰকৃতিৰ অতি সুন্দৰ মনোমোহা দৃশ্য দেখা যায় ।(সৌজন্য- ইনষ্টাগ্ৰাম ). অভিনেত্ৰীগৰাকীৰ ঘৰটো কাঠৰ দ্বাৰা নিৰ্মিত । যিটো বিলাসী আচবাবেৰে সজাইছে । (সৌজন্য- ইনষ্টাগ্ৰাম ). ছবিসমূহ শ্বেয়াৰ কৰি তেওঁ লিখিছে. ‘‘অৱশেষত হিমাচলত বৰফ পৰিল. জয় মাতা দি ৷’’ (সৌজন্য- ইনষ্টাগ্ৰাম ). ঘৰৰ ভিতৰৰ কিছুমান গছ-গছনিও ৰোপণ কৰা হৈছে । (সৌজন্য- ইনষ্টাগ্ৰাম )