অসম

assam

ETV Bharat / photos

ভগ্নীৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন ভূমি পেডনেকাৰৰ

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 9:53 AM IST

Bhumi Pednekar Visits Kamakhya: তামান্না ভাটিয়াৰ পিচত এইবাৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে ৷ মন্দিৰ দৰ্শনৰ বহুকেইখন ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ভূমিয়ে শ্বেয়াৰ কৰা ফটোসমূহত ভূমিৰ সৈতে দেখা গৈছে ভগ্নী সমীক্ষাকো । চাওক ফটো . .
শেহতীয়াকৈ গুৱাহাটীলৈ আহিছিল অভিনেত্ৰী ভূমি পেডনেকাৰ
এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰে
মন্দিৰ দৰ্শনৰ বহুকেইখন ফটো অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে
ফটোসমূহত মা কামাখ্যা দেৱীৰ ভক্তিত বিলীন হোৱা দেখা গৈছে ভূমিক
এই সময়চোৱাত অভিনেত্ৰীগৰাকীৰ সৈতে আছিল তেওঁৰ ভগ্নী সমীক্ষা
ভূমিৰ সৈতে সমীক্ষাকো মা কামাখ্যাৰ ভক্তিত বিলীন হোৱা দেখা গ’ল
ফটোকেইখন শ্বেয়াৰ কৰি কেপচনত ভূমিয়ে লিখিছে, ‘জয় মা’ ৷
সুন্দৰ হালধীয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিছিল পেডনেকাৰ ভগ্নীদ্বয়ে

ABOUT THE AUTHOR

...view details