নেশ্যনেল ডেস্ক, 15 মাৰ্চ: ইতিমধ্যে নিৰ্বাচনী বণ্ডৰ বিষয়টোৱে দেশজুৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ইতিমধ্যে ৰাজহুৱা কৰা হৈছে নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকলৰ তালিকা ৷
বাতিল কৰা নিৰ্বাচনী বণ্ডৰ শীৰ্ষ ক্ৰেতাসকলৰ তালিকা তলত দিয়া হৈছে, যাৰ সূচী নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে প্ৰকাশ কৰিছিল। আহক চাই লও কোনে কোনে স্থান পাইছে এই তালিকাত…
ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছ - 1,368 কোটি টকা
মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড - 966 কোটি টকা
কুইক চাপ্লাই চেইন প্ৰাইভেট লিমিটেড - 410 কোটি টকা
বেদন্ত লিমিটেড - 400 কোটি টকা
হলদিয়া এনাৰ্জি লিমিটেড - 377 কোটি টকা
ভাৰতী গোট - 247 কোটি টকা
এচেল মাইনিং এণ্ড ইণ্ডাষ্ট্ৰিজ লিমিটেড - 224 কোটি টকা
ৱেষ্টাৰ্ণ ইউপি পাৱাৰ ট্ৰেন্সমিচন - 220 কোটি টকা
কেভেণ্টাৰ ফুডপাৰ্ক ইনফ্ৰা লিমিটেড - 194 কোটি টকা
মদনলাল লিমিটেড - 185 কোটি টকা
ডিএলএফ গ্ৰুপ - 170 কোটি টকা
যশোদা চুপাৰ স্পেচিয়েলিটি হস্পিটেল - 162 কোটি টকা
উৎকল এলুমিনা ইণ্টাৰনেচনেল - 145.3 কোটি টকা
জিন্দল ষ্টীল এণ্ড পাৱাৰ লিমিটেড - 123 কোটি টকা
বিৰলা কাৰ্বন ইণ্ডিয়া - 105 কোটি টকা