ریاست آسام سمیت شمال مشرق ریاستوں میں شہریت ترمیمی بل کے خلاف احتجاجی مظاہرے جاری ہیں۔
آسام میں فائرنگ، ایک شخص ہلاک - آسام میں فائرنگ کی خبر
آسام میں شہریت ترمیمی بل کے خلاف احتجاجی مظاہرے جاری ہیں۔ اسی بیچ آج آسام کے لالن گاؤں علاقے میں پولیس نے احتجاجی افراد پر فائرنگ کی جس میں ایک شخص ہلاک اور چند افراد زخمی ہونے کی خبر ہے۔
آسام میں فائرنگ، چند افراد زخمی
ریاست آسام سمیت شمال مشرق ریاستوں میں شہریت ترمیمی بل کے خلاف احتجاجی مظاہرے جاری ہیں۔
Intro:যোৱাকালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছৰে পৰা গুৱাহাটীত জাৰি কৰা হৈছে সন্ধ্যা অইন। আজি পূৱেৰ ভাগত মহানগৰীৰ বিভিন্ন অঞ্চলত সেনাই ফ্লেগ মাৰ্চ কৰা পৰিলক্ষিত হয়।
Body:বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত যাতে ৰাজ্যত শান্তি-শৃংখলা অব্যহত ৰাখিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বুধবাৰে বিধেয়ক বিৰোধী আন্দোলনকাৰীয়ে মহানগৰীৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি মহানগৰীত সন্ধ্যা অইন জাৰি কৰাৰ লগতে সেনাই ফ্লেগ মাৰ্চ কৰা পৰিলক্ষিত হয়। খানাপাৰা, ছাইমাইল, গণেশগুৰিত সেনাৰ লোক সকলে তাহল দিয়াৰ লগতে যাতে কোনো প্ৰতিবাদকাৰী ওলাই আহিব নোৱাৰে ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। গুৱাহাটী মহানগৰ আৰক্ষী আৰু প্ৰশাসন নাগৰিকত্ব বিৰোধী আন্দোলন দমন কৰিবলৈ প্ৰস্তুত হৈ আছে।
বাইট : দীপক কুমাৰ, আয়ুক্ত, গুৱাহাটী মহানগৰ আৰক্ষী
Conclusion:বুধবাৰে মহানগৰীৰ খানাপাৰা, ছাইমাইল, গণেশগুৰিৰ লগতে বিভিন্ন অঞ্চলত প্ৰতিবাদকাৰী সকলে কেব'ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি ঠায়ে ঠায়ে অগ্নি সংযোগ কৰি মহানগৰীত এক উত্তাল পৰিবেশৰ সৃষ্টি কৰিছিল।

Last Updated : Dec 12, 2019, 8:59 PM IST