ULFA linkman arrested: সোণাৰিত আলফাৰ লিংকমেন আটক - ULFA I linkman arrested in Sonari
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14777346-thumbnail-3x2-b.jpg)
বিগত কেইটামান দিনত আলফা স্বাধীনৰ কাৰ্যকলাপ অধিক সক্ৰিয় হৈ উঠাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে সংগঠনটোত যোগদানৰ খবৰ পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে সোণাৰিত আৰক্ষীয়ে আটক কৰে আলফাৰ দুজনকৈ লিংকমেন (ULFA I linkman arrested in Sonari)৷ আটকাধীন লিংকমেন দুজন ক্ৰমে ১ নং হাওঁফাওঁ গাঁৱৰ দেৱজিৎ ভূঞা (33) আৰু ধুনীয়া পথাৰ সাপেখাতীৰ মিথু বৰুৱা (31) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি সোণাৰি আৰক্ষী থানাত লিংকমেন দুজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST