প্ৰশাসনৰ অনীহাত ঘন্টা ঘন্টা ধৰি শিলচৰত আৱদ্ধ তীৰ্থযাত্ৰী - খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ ৷

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 11, 2020, 8:58 PM IST

সোমবাৰে বেনাৰসৰ পৰা উভতি অহা তীৰ্থযাত্ৰীক লৈ কাছাৰ জিলা প্ৰশাসনে কোনো ধৰণৰ তৎপৰতা প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শিলচৰ আই এছ বি টিত দীৰ্ঘ সময় ধৰি আৱদ্ধ হৈ থকাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৷ পৰৱৰ্তী সময়ত চাৰিজনক স্বাস্থ্য পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ বহুজনে দীৰ্ঘ সময় ধৰি শিলচৰ আই এছ বি টিত ৰৈ থাকিব লগা হয় ৷ আনকি তেওঁলোকক খাবলৈ কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.